সোণাৰিৰ পি বি চিকিৎসালয়ৰ প্ৰথম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি চিকিৎসালয়টিত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। শিবিৰটোত অংশগ্ৰহণ কৰা প্ৰায় দহ গৰাকী চিকিৎসকে প্ৰায় ৫০০ দৰিদ্ৰ ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰোৱাৰ উপৰিও বিনামূলীয়া কৈ দৰৱ প্ৰদান কৰে আৰু ৰেহাই মূল্যত পৰীক্ষাৰ ব্যৱস্থা প্ৰদান কৰা হয়। চিকিৎসা শিবিৰটোত স্বাস্থ্য পৰীক্ষাৰ বাবে অহা একাংশ দৰিদ্ৰ ৰোগীক চিকিত্সালটোৰ তৰফৰ পৰা বিনামূলীয়া ঔষধৰ যোগান ধৰে আৰু ৰোগী সকলক উপযুক্ত হোৱাকৈ খাদ্যৰো যোগান ধৰে পি বি চিকিৎসালয়ৰ তৰফৰপৰা।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
500 Vice-Chancellor Join National Conference of Vice-Chancellor USTM.
“Reconsidering the changes in higher education for a self-reliant India”. Former...
iPhone 16 & iPhone 16 Plus Launched: 48MP कैमरा और AI फीचर्स के साथ लॉन्च हुआ iPhone 16, जानें कीमत और खूबियां
Apple ने आखिरकार iPhone 16 से पर्दा उठा दिया है। नया आईफोन मॉडल को इंप्रूव डिजाइन के साथ लॉन्च...
Honda CB350 vs Royal Enfield Classic 350: कीमत, इंजन और हार्डवेयर के मामले में कौन बेहतर? पढ़ें डिटेल्स
रॉयल एनफील्ड बुलेट 350 के फ्रंट में टेलिस्कोपिक सस्पेंशन और रियर में ट्विन शॉक एब्जॉर्बर हैं।...