ৰাজ্য চৰকাৰে যি সময়ত বিভিন্ন চৰকাৰী ভূমি তথা বনাঞ্চল সমূহৰপৰা অবৈধ বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে তেনে সময়তে ছশ বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱ বহনকাৰী চৰাইদেউৰ বৃহৎ অঞ্চলত বেদখল চলাৰ তথ্য পোহৰলৈ আহিছে। স্থানীয় লোকৰ দ্বাৰাই চৰাইদেউ মৈদাম ক্ষেত্ৰৰ লগতে চৰাইদেউ দেওশাল তথা প্ৰথমজনা আহোম স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ মৈদামৰ মাটি বেদখলকাৰীৰ কৱলত থকা বিষয়টোৱে চৰ্চা লাভ কৰিছে। সম্প্ৰতি বেদখলকাৰীৰ কৱলত আহোম ৰাজত্বকালৰ প্ৰথমটো স্থায়ী ৰাজধানী চৰাইদেউৰ বহু বিঘা মাটি। চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ অমনোযোগিতাৰ বাবে আহোম ৰাজত্বকালৰ বহু কীৰ্তিচিহ্ন আজি উপযুক্ত সংৰক্ষণৰ অভাৱ ঘটাই নহয় ধ্বংসৰ গৰাহত পৰি বিলুপ্তি ঘটিছে।চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ কাণসাৰ নথকা বাবে অৱহেলিত, অনাদৃত, অসংৰক্ষিত তথা এলাগী হৈ পৰি ৰৈছে চৰাইদেউত আহোম ৰাজত্বকালৰ ঐতিহ্য । এই সন্দৰ্ভত বিভিন্ন দল-সংগঠনে বিভিন্ন সময়ত চৰকাৰৰ দৃষ্টিগোচৰ কৰি আহিছে যদিও কোনো ধৰণৰ গুৰুত্ব নিদিয়াত চৰাইদেউ আমাৰ গৌৰৱ নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই স্থানীয় ৰাইজৰ সহযোগত দেওশালখন হাবি-জংঘলৰপৰা মুকলি কৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত চৰাইদেউ ঐতিহ্য ক্ষেত্ৰৰ মাটি বেদখলমুক্ত কৰাৰ দাবী উত্থাপন কৰিছে সংগঠনটোৱে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
અમરેલી જિલ્લાના નાના રાજકોટ ગામે વૃધ્ધ દંપતીને માર મારી , વૃધ્ધની હત્યા કરી લુંટ ચલાવેલ તે લુંટ અને હત્યાના અનડીટેક્ટ ગુનાનો ભેદ ઉકેલી લુંટારૂ ગેંગના ત્રણ પૈકીના બે આરોપીઓને લૂંટમાં ગયેલ રોકડ રકમ સાથે પકડી પાડતી અમરેલી એલ.સી.બી
ગુનાની વિગત અમરેલી જિલ્લાના લીલીયા તાલુકાના નાના રાજકોટ ગામે લખમણભાઇ વિરજીભાઇ વાડદોરીયા , ઉ.વ .૭૨...
India Maldives Relations: Mohamed Muizzu की मालदीव चुनाव में बड़ी जीत, भारत पर क्या असर? (BBC Hindi)
India Maldives Relations: Mohamed Muizzu की मालदीव चुनाव में बड़ी जीत, भारत पर क्या असर? (BBC Hindi)
कंपनी ने ऑफिशियल वेबसाइट पर फोन के पोस्टर के साथ जानकारी दी है कि अपकमिंग डिवाइस Armorshell Protection के साथ लाया जा रहा है। इस खास तरह के प्रोटेक्शन के साथ फोन फ्लोर पर गिरता है तो आसानी से डैमेज नहीं होगा।
Redmi Pad Pro 5G और Pad SE 4G टैबलेट को भारत में लॉन्च कर दिया गया है। प्रो मॉडल में 10000 mAh की...
হোজাই আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত আটক দুজন ব্যক্তি
হোজাইত পুনৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।গোপন সূত্ৰৰ পম খেদি হোজাই টেঙেৰিপাৰ পৰা টাটা নেন গাড়ী সহ...