মাজুলী দিৱসৰ দিনাই সামাজিক মাধ্যমত মাজুলীৰ স্বাস্থ্যখণ্ডৰ পয়ালগা অৱস্থাক লৈ সামাজিক মাধ্যমত তীব্ৰ চৰ্চা ৷ 

কেতিয়া সলনি হব মাজুলীৰ স্বাস্থ্য ব্যৱস্থা ৷ মাজুলীৰ একমাত্ৰ সদৰ চিকিৎসালয় পীতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত  আজিও নাই আল্ট্ৰাচাউণ্ডৰ চিকিৎসক ৷

সাধাৰণ ডায়েৰীয়াতে মাজুলীত অকাল বিয়োগ ৰোগীৰ ৷ 

ইফালে মাজুলী জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ মন্তব্যই জুকাৰিছে সমগ্ৰ মাজুলী ৷