পোষণ মাহ উপলক্ষে চৰাইদেউৰ লাকুৱা সজাগতা ৰেলীপো

মাহ উপলক্ষে মহিলা আৰু শিশু বিকাশ বিভাগ চৰাইদেউ উদ্যোগত লাকুৱা  সংহত শিশু উন্নয়ন প্ৰকল্পৰ সৌজন্যত সজাগতা ৰেলী ৷

–সবল নাৰী,স্বাক্ষৰ শিশু,সুস্থ ভাৰত এই শ্লোগান লৈ ১ চেপ্তেম্বৰ পৰা ৩০ চেপ্তেম্বৰলৈ ৰাজ্যজুৰি উদযাপন হৈছে পোষণ মাহ৷ চৰাইদেউৰ নাহৰহাবি চাহ বাগিচাতোএই কাৰ্যসূচী ৰোপায়ন কৰা হয় ৷