সৰ্বভাৰতীয় NEET পৰীক্ষাত আজমল ছুপাৰ 40 কলেজে প্ৰদৰ্শন কৰা সাফল্যৰ পিছত আনন্দত মতলীয়া হৈ পৰিছে সাংসদ বদৰুদ্দিন আজমল।সেইবাবে আজি মৰিয়ম আজমল ৱমেন চাইন্স কলেজত এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।অনুষ্ঠানত মৌলানা বদৰুদ্দিন আজমল উপস্থিত থাকি বিশাল আকাৰৰ কেক কাটি শিক্ষক শিক্ষয়িত্ৰী আৰু NEET ত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক ফুলাম গামোচাৰে সম্বৰ্ধনা জনায় উৎসাহিত কৰে। আজমল ছুপাৰ 40 ৰ নাম ৰাষ্ট্ৰত উজলাই তোলা তেওঁৰ লক্ষ্য বুলি মন্তব্য কৰাৰ লগতে অহা বৰ্ষত ৫০০ ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হব বুলিও কৰে মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વાઘોડિયા તાલુકાના જરોદ માં વોકિંગ કરવા નીકળેલી યુવતી પર એક યુવકે દુષ્કર્મઆચાર્યની ઘટનાની ચકચાર મચીગઈ
વાઘોડિયા તાલુકાના જરોદ માં વોકિંગ કરવા નીકળેલી યુવતી પર એક યુવકે દુષ્કર્મઆચાર્યની ઘટનાની ચકચાર મચીગઈ
আজি অসমবাসী সকলৰ লগতে মৰাণ স্থিত J..D. Health Care Centre(ভিগেন ইণ্ডিয়াত )বিশ্ব কৰ্মা পূজা অনুস্থিত হয়
ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ অন্তৰ্গত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ সমীপত অৱস্থিত...
*ঢকুৱাখনাত বিশ্ব ব্ৰেইল দিৱস উদযাপন*
সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব ব্ৰেইল দিৱস।ব্ৰেইল পদ্ধতিৰ উদ্ভাৱক লুইছ ব্ৰেইলীক
স্মৰণ কৰি সমগ্র বিশ্বই
প্ৰতি বছৰে ৪ জানুৱাৰীৰ দিনটোত পালন কৰে
বিশ্ব ব্ৰেইল দিৱস।আজি ঢকুৱাখনাতো অসম সমগ্ৰশিক্ষা অভিযান মিছনৰ সৌজন
*ঢকুৱাখনাত বিশ্ব ব্ৰেইল দিৱস উদযাপন*
সমগ্ৰ বিশ্বজুৰি পালন কৰা হয় বিশ্ব ব্ৰেইল...
20 साल बाद मसूद अजहर के स्पीच देने का दावा:कहा- मोदी कमजोर, नेतन्याहू चूहा; क्या 300 लोग नहीं जो मेरी बाबरी वापस दिला सकें
पाकिस्तान में आतंकी संगठन जैश-ए-मोहम्मद चीफ मसूद अजहर के स्पीच देने का दावा किया गया है। बताया जा...