তিনিচুকীয়া চিৰাপত্তীত সংঘটিত হৈছে এক সন্দেহজনক আত্মহত্যাৰ ঘটনা ৷ স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি, ভাড়াঘৰৰ দৰজা বন্ধ কৰি উপেন্দ্ৰ কুমাৰ ৰায় নামৰ লোকজনে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ কাৰণে তিনিচুকীয়া অসামৰিক চিকিৎসালয়নৈ প্ৰেৰণ কৰে ৷ অৱশ্যে কি কাৰণে আত্মহত্যাৰ দৰে এটা চৰম পন্থা বাছি ল’লে অথবা প্ৰকৃত ঘটনাটো কি সেয়া পৰৱৰ্তী সময়ত আৰক্ষীৰ তদন্তত ফাদিল হ’ব ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bangladesh Crisis News: भारत में शेख हसीना, आगे कहां होगा ठिकाना? | Shiekh Hasina | Aaj Tak
Bangladesh Crisis News: भारत में शेख हसीना, आगे कहां होगा ठिकाना? | Shiekh Hasina | Aaj Tak
শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য বিভাগৰ জিলা ভিত্তিক পৰ্য্যালোচনা সভা সম্পন্ন
শিৱসাগৰঃ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ মাতৃ আৰু শিশু স্বাস্থ্য কোষৰ সভাকক্ষত ১৯...
ধুহিবালাত খেৰভৰ্তি বাহনত দাওঁদাওঁকৈ জ্বলিল জুই
আজি আবেলি কামৰূপ জিলাৰ কঞাঁ আৰক্ষী থানাৰ অন্তৰ্গত ১নং ধুহিবালাত এখন ধানখেৰ ভৰ্তি বাহন দাওঁদাওঁকৈ...
राजश्रीची रांगोळी काढण्याची ही कला एकदा बघाच...
राजश्रीची रांगोळी काढण्याची ही कला एकदा बघाच...