বানৰ বিভীষিকাৰ পিছত এতিয়া মৰাণৰ খোৱাঙত উঠিছে মাছৰ উজান । খোৱাঙৰ কাৱৈমাৰীত কুইণ্টলে কুইণ্টলে ধৰিছে মাছ । সহস্ৰাধিক লোকে দিনে নিশাই ব্যস্ত হৈ পৰিছে মাছ ধৰাত । কাৱৈমাৰী অঞ্চলৰ এখন বিলৰ পৰা ওলাই অহা জান সদৃশ এটা নলাত এই মাছৰ উজান উঠিছে । খোৱাং অঞ্চলৰ বিভিন্ন গাঁৱৰ পুৰুষ-মহিলাই জাল, ঘুকুটি আদি লৈ তিনিদিন মানৰ পৰা নাওমাছ, পুঠি, কুঁহি, শাল, শ'ল, বৰালি আদি মাছসমূহ ধৰিছে । সহস্ৰাধিক লোকৰ মাছধৰা দৃশ্য চাবলৈ এতিয়া ঠাইডোখৰলৈ সোঁত বৈছে অগণন লোকৰ । উল্লেখযোগ্য যে বুঢ়ীদিহিং নদীৰ নিচেই কাষতে আছে এই বিলখন । নদীৰ পানী বাঢ়ি অহাৰ লগে লগে মাছ সমূহ বিলত থাকি যায় । আৰু পানী শুকাবলৈ ধৰাৰ লগে লগে মাছৰ উজান উঠিবলৈ ধৰে । একোজন মাছমৰিয়াই ১০ হাজাৰ টকা পৰ্যন্ত মাছ বিক্ৰী কৰিছে বুলি জানিবলৈ দিছে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM Modi के फ्रांस दौरे पर राहुल गांधी का तंज, बोले- राफेल सौदे ने दिलाया बैस्टिल डे परेड का टिकट
Rahul Gandhi attack on PM Modi पीएम मोदी का फ्रांस दौरा काफी चर्चा में है। पीएम को सर्वोच्च...
ভাৰতীয় সেনাৰ জোৱানে আই এছ আইৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ অভিযোগ
ভাৰতীয় সেনাৰ জোৱানে আই এছ আইৰ সৈতে স্পৰ্শকাতৰ তথ্য ভাগ-বতৰা কৰাৰ অভিযোগ
ভাৰতীয় সেনাৰ জোৱানে...
चीनी यात्री ने 1600 साल पहले भारत में क्या देखा?| Fa Hien | Tarikh E570
चीनी यात्री ने 1600 साल पहले भारत में क्या देखा?| Fa Hien | Tarikh E570
Jharkhand Excise Constable Recruitment: परीक्षा के दौरान 11 अभ्यर्थियों की मौत पर मचा बवाल | Aaj Tak
Jharkhand Excise Constable Recruitment: परीक्षा के दौरान 11 अभ्यर्थियों की मौत पर मचा बवाल | Aaj Tak