সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে উন্মোচন কৰিলে সোণাৰি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁইৰ পূৰ্ণাংগ মূৰ্তি। সোণাৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি আজি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ গোলাপ বৰগোহাঁইৰ পূৰ্ণাংগ মূৰ্তি উন্মোচন কৰা হয়। সোণাৰি সমষ্টিৰ বিধায়ক তথা সোণাৰি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ধৰ্মেশ্বৰ কোঁৱৰে উন্মোচন কৰে প্ৰতিমূৰ্তিটো। শাৰীৰিক অসুস্থতাৰ পাছতো মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানত উপস্থিত থকা গোলাপ বৰগোহাঁইদেৱৰ সন্মুখতে উন্মোচন কৰা হয় তেখেতৰ প্ৰতিমূৰ্তিটো। উন্মোচনী অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা সাংসদ তপন কুমাৰ গগৈ, সোণাৰি মহাবিদ্যালয়ৰ অধ্যক্ষ, প্ৰাক্তন অধ্যক্ষ ৰবিন চন্দ্ৰ কোঁৱৰৰ লগতে মহাবিদ্যালয় কৰ্তৃপক্ষ, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা শুভাকাংক্ষীসকল উপস্থিত থাকে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
UPSCৰ ফলাফলত শীৰ্ষৰ চাৰিস্থানত মহিলাৰ দখলত
🔴UPSCৰ ফলাফলত শীৰ্ষৰ ৪টা স্থানত মহিলা দখলত।
🔴সৰ্বভাৰতীয় তালিকাৰ শীৰ্ষত ঈশিতা কিশোৰ।...
ગુજરાતમાં ડ્રગ બનાવતી કંપનીનો પર્દાફાશ, મુંબઈ પોલીસે 1026 કરોડની કિંમતનો મેફેડ્રોન જપ્ત કર્યો
મુંબઈ પોલીસે ગુજરાતમાં નાર્કોટિક ડ્રગ મેફેડ્રોન (MD ડ્રગ્સ) બનાવતા એક યુનિટનો પર્દાફાશ કર્યો છે...
চাঞ্চল্যকৰ আৰু নেতিবাচক খবৰৰ ভিৰত তল পৰি যোৱা এটা ভাল খবৰ.....
পুথিভঁড়াল এটা প্ৰতিষ্ঠা কৰা আৰু তাক নিয়াৰিকৈ ২২ বছৰৰো অধিক কাল চলাই ৰাখি এক প্ৰগতিশীল...
Detailed analysis of the BJP declared candidate for the Rajkot constituency, |Gujarat Elections
Detailed analysis of the BJP declared candidate for the Rajkot constituency, |Gujarat Elections