ডায়মণ্ড লীগৰ ফাইনেলত জয়ী হৈ প্ৰথম গৰাকী ভাৰতীয় হিচাপে পুনৰবাৰ নতুন ইতিহাস ৰচিলে গল্ডেন বয় নীৰজ চোপ্ৰাই।চুইজাৰলেণ্ডৰ জুৰিখত অনুষ্ঠিত ডায়মণ্ড লীগৰ দ্বিতীয় প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ জেভলিন থ্ৰ’ৰে নীৰজে ইতিহাস ৰচিবলৈ সক্ষম হয়। বৃহস্পতিবাৰে ২৪ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে এই ইতিহাস ৰচনা কৰে।সন্মানীয় ডায়মণ্ড লীগ ফাইনেল খিতাপত স্বৰ্ণ জয় কৰি দেশৰ প্ৰথম এথলীট হিচাপে পৰিগণিত হয়।
ডায়মণ্ড লীগৰ ফাইনেলত জয়ী হৈ প্ৰথম গৰাকী ভাৰতীয় হিচাপে পুনৰবাৰ নতুন ইতিহাস ৰচিলে গল্ডেন বয় নীৰজ চোপ্ৰাই।চুইজাৰলেণ্ডৰ জুৰিখত অনুষ্ঠিত ডায়মণ্ড লীগৰ দ্বিতীয় প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ জেভলিন থ্ৰ’ৰে নীৰজে ইতিহাস ৰচিবলৈ সক্ষম হয়। বৃহস্পতিবাৰে ২৪ বছৰীয়া
![](https://storage.googleapis.com/nerity.com/uploads/photos/2022/09/nerity_50c09e48c4c14d56b2be34a2975a4520.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)