ধোদৰআলিত মুখ্যমন্ত্ৰী,শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ আটছাৰ ৷ ধোদৰআলি সম্প্ৰসাৰণৰ বাবে খুমটাইৰ গৰঙা চাহ বাগিছাৰ চাহগছ উচ্ছেদস্থলীত তীব্ৰ প্ৰতিবাদ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ। উন্নয়নৰ নামত সম্পদ ধ্বংস কৰা কাৰ্য মানি নলয় আটছাই ।
ধোদৰআলিত মুখ্যমন্ত্ৰী,শ্ৰম মন্ত্ৰীৰ পুত্তলিকা দাহ কৰি চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল প্ৰতিবাদ আটছাৰ
![](https://i.ytimg.com/vi/llj0raWi2Gs/hqdefault.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)