উপজা দিনত মৰিগাঁৱৰ উপায়ুক্তই গীত গাই স্মৰণ কৰিলে সুধাকণ্ঠক। হাতত গীতাৰ লৈ প্ৰাণ ঢালি সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীত গালে এই গৰাকী উপায়ুক্তই। সুধাকণ্ঠৰ উপজা দিনত এইদৰেই ব্যতিক্ৰমী ৰূপত দেখা গল মৰিগাঁৱৰ নবনিযুক্ত উপায়ুক্ত দেৱাশিস শৰ্মাক। অসম চেম্বাৰ অব কমাৰ্চ, মৰিগাঁও জিলা সমিতি যুৱ শাখাৰ সহযোগত মৰিগাঁও মাজ মজিয়াত গীতে মাতে সোৱৰণ অনুষ্ঠানত উপায়ুক্ত গৰাকীৰ গীতে মুহিত কৰিলে দৰ্শক শ্ৰোতাক ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર નજીક ભારજ પુલ પાસે ડાયવર્ઝનની કામગીરી પૂર્ણતાને આરે : જનતામાં આણંદ
પાવીજેતપુર નજીક ભારજ પુલ પાસે ડાયવર્ઝનની કામગીરી પૂર્ણતાને આરે : જનતામાં આણંદ
...
ಫ್ರೀಡಂ ಪಾರ್ಕ್ ನಲ್ಲಿ ಮಣಿಪುರ ಹಿಂಸಾಚಾರ ಖಂಡಿಸಿ ಎನ್. ಮೂರ್ತಿ ಅವರ ನೇತೃತ್ವದಲ್ಲಿ ಬೃಹತ್ ಪ್ರತಿಭಟನೆ ನಡೆಯಿತು.
ಫ್ರೀಡಂ ಪಾರ್ಕ್ ನಲ್ಲಿ ಮಣಿಪುರ ಹಿಂಸಾಚಾರ ಖಂಡಿಸಿ ಎನ್. ಮೂರ್ತಿ ಅವರ ನೇತೃತ್ವದಲ್ಲಿ ಬೃಹತ್ ಪ್ರತಿಭಟನೆ ನಡೆಯಿತು.
প্ৰধানমন্ত্ৰী জন্ম দিন উপলক্ষে জিলা চিকিৎসালয়ত ৰক্তদান কাৰ্যসূচী যুৱ মৰ্চাৰ।
প্ৰধানমন্ত্ৰী জন্ম দিন উপলক্ষে জিলা চিকিৎসালয়ত ৰক্তদান কাৰ্যসূচী যুৱ মৰ্চাৰ।
एसटी पुलावरून पडणार होती भीमा नदीत
30 प्रवाश्यांसह एसटी पुलावरून पडणार होती भीमा नदीत | रात्रीच्या काळोखात पंढरपूरमध्ये घडली थरारक घटना