চৰকাৰৰ বিৰুদ্ধে বিহপুৰীয়া-ধুনাগুৰি পথত দেউৰী জনগোষ্ঠীৰ প্ৰতিবাদ। ২৩ জুলাইত দেউৰী স্বায়ত্ত শাসিত পৰিষদৰ চাৰিটা সমষ্টি বৃদ্ধি কৰি কৰা হৈছিল ২২ টা। জনসংখ্যা অনুসৰি সৰ্ববৃহৎ দেউৰী সমষ্টি বাঁহগড়া আৰু বৰদেউৰী। দুয়োটা সমষ্টিক প্ৰতাৰণাৰ অভিযোগ সমষ্টিবাসীৰ। দুয়োটা সমষ্টি দ্বিখণ্ডিত কৰি অতিৰিক্ত সমষ্টিলৈ ৰূপান্তৰ কৰাৰ দাবীত ৰাজপথ অৱৰোধ দেউৰী জনগোষ্ঠীৰ। স্বতঃস্ফূৰ্ত ভাবে বাঁহগড়া ৰাজপথলৈ ওলাই আহি ৰাইজে বাঁহগড়া আৰু বৰদেউৰী সমষ্টি দুটাৰ পৰা আৰু দুই অতিৰিক্ত সমষ্টি ঘোষণাৰ দাবীত এই প্ৰতিবাদ। অতিৰিক্ত সমষ্টি ঘোষণা নকৰিলে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ আন্দোলনৰ হুংকাৰ।যদি সমষ্টি বৃদ্ধি নকৰে পঞ্চায়ত আৰু লোকসভা নিৰ্বাচনত বিজেপিক বৰ্জনৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जीवन में असफलता को चुनौती के रूप में लें, आपकी दृढ़ इच्छाशक्ति ही उपलब्धियों का धरातल है - शोभा कंवर
जीवन में असफलता को चुनौती के रूप में लें, आपकी दृढ़ इच्छाशक्ति ही उपलब्धियों का धरातल है :...
जाति पर हो रही बहस में BJP और SP प्रवक्ता के बीच हुआ कुछ ऐसा कि एंकर को रोकनी पड़ी डिबेट
जाति पर हो रही बहस में BJP और SP प्रवक्ता के बीच हुआ कुछ ऐसा कि एंकर को रोकनी पड़ी डिबेट
AKOLA । काटेपूर्णा प्रकल्प भरला 81% टक्के
AKOLA । काटेपूर्णा प्रकल्प भरला 81% टक्के Marathi News LIVE | Zoom On News | Breaking News |...
अस्पताल में महिलाओं की डिलेवरी होने के बाद बच्चों के नाम से महिलाओं को दिया यह उपहार...देखें
कोटा. जिला कलेक्टर कोटा डॉ रविन्द्र गोस्वामी एवं कोटा सीएमएचओ डॉ जगदीश सोनी की अभिनव पहल। अब...