১/ কিমান ডিগ্ৰী ছেন্টিগ্ৰেডত সোণ গলাব পাৰি ? 

উ:- ১০৬৩° ছেন্টিগ্ৰেড 

২/ ব্লিছিং পাউদাৰৰ ৰাসায়নিক নাম কি ? 

উ:- কেলছিয়াম হাইপ'ক্লৰাইড 

৩/ ছ'ডা পানীত কি এছিড থাকে ?

উ:- কাৰ্বনিক এছিড 

৪/ ফেনাইল কি এছিদ ? 

উ:- কাৰ্বক্সিলিক এছিদ । 

৫/ সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি ? 

উ:- ছ'ডিয়াম ক্ল'ৰাইদ । 

৬/ বিশ্বৰ আটাইতকৈ গধুৰ মৌল বিধ কি ? 

উ:- উৰেনিয়াম 

৭/ পালেং শাকত কি ভিতামিন পোৱা যায় 

উ:- C ভিতামিন