সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ অন্তৰ্গত কুমাৰীকাটা আঞ্চলিক সমিতিৰ উদ্যোগত সদ্যঘোষীত উচ্চতৰ আৰু উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অঞ্চলটোৰ পৰা উত্তীৰ্ণ কৃতিমান ছাত্ৰ ছাত্ৰী সকলক বিশেষ ভাৱে অভিনন্দন জনোৱা হয় ৷ কুমাৰীকাটা আঞ্চলিক আছাৰ মুখ্য কাৰ্যালয়ত কুমাৰীকাটা আছাৰ সাধাৰন সম্পাদক সঞ্জীৱ বাৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কুমাৰীকাটা ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক বুদ্ধ ছেত্ৰীয়ে কয়, যাৰ একান্ত ইচ্ছাশক্তি,মনোবল আৰু একাগ্ৰতা থাকে তেওৰ জীৱনত উন্নতি হ'বই আমি জীৱনত সদায় যোগাত্মত চিন্তাৰে আগবাঢ়িব লাগিব বুলি তেও পুনৰ কয় ছাত্ৰ ছাত্ৰী সকলৰ বাবে উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলে শেষ নহয় বা এই যাত্ৰা অন্ত পৰা নাই ৷ ছাত্ৰ ছাত্ৰী সকলে জীৱনৰ জটিলতাৰ মাজতে নিজক প্ৰতিস্থা কৰি সামাজিক দায়িবদ্ধতা মুৰ পাতি লব লাগিব ৷ এই বৰ্ষৰ সুক্ষাৰ্থীৰে হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৪০ গৰাকী কৃতিমান ছাত্ৰ ছাত্ৰীক ফুলাম গামোচা,মানপত্ৰ,গ্ৰন্থ আদিৰে অভিনন্দন জনোৱা হয় ৷ আটচা নেতা জিচাই বাগে আঁত ধৰা আজিৰ বিশেষ অভিনন্দন সভাত,বাগসা জিলা আটচাৰ সভাপতি ধনুশ মহালিৰ, চানতাল সাহিত্য সভাৰ সাংগঠনিক সম্পাদক দক্ষিন হেম্বৰম ,হৰেন টুডু, শিক্ষক সন্তোষ চৰেন,কেবাজনো সমাজকৰ্মীৰ লগতে ছাত্ৰ ছাত্ৰী অভিভাৱক সকল উপস্থিত থাকে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মাজুলীৰ আৰোহণ সংগীত একাডেমিৰ অভিভাৱক সন্মিলন সম্পন্নঃ
মাজুলীৰ আৰোহণ সংগীত একাডেমিৰ অভিভাৱক সন্মিলন সম্পন্নঃ...
ડોક્ટરી કારકિર્દીમાં લાગ્યા ચાર ચાંદ હોસ્પિટલ દ્વારા અપાય છે ગાયનેક સુવિધાઓ
સબ ડિસ્ટ્રિક્ટ હોસ્પિટલ ખેડબ્રહ્મામાં જૂલાઇ માસ દરમિયાન ૩૫૩ પ્રસૂતીઓ થઈ જેમાં ૫૪ સીઝેરીયન કરાયા...
ટ્રેલર ચાલકે આઈસરને ટક્કર મારી...
ટ્રેલર ચાલકે આઈસરને ટક્કર મારી...
जम्मू-कश्मीर में 36 घंटे में 3 एनकाउंटर:अनंतनाग में 2 आतंकी ढेर, श्रीनगर में 4 जवान घायल
जम्मू-कश्मीर के अनंतनाग में शनिवार को सुरक्षाबलों ने एनकाउंटर में 2 आतंकियों को ढेर कर दिया।...
big breaking-हिजबुल्लाह चीफ हसन नसरल्लाह मारा गया:इजराइली सेना का दावा- बेरूत पर हवाई हमले में हुआ ढेर;
लेबनान की राजधानी बेरूत पर शुक्रवार (27 सितंबर) को इजराइल के हवाई हमले में हिजबुल्लाह के चीफ हसन...