দৰং জিলাৰ বিষ্ণুপুৰৰ বোনমাঝা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নবাগত আদৰনি সভাখন আজি দিনজোৰা কায্যসূচীৰে অনুষ্ঠিত হয়।পুৱা বিদ্যালয়ৰ পতাকা উত্তোলন,ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন,স্মৃতি তৰ্পন,ৰ পিছত অনুষ্ঠিত হয় বাৰেৰহনীয়া সাংস্কৃতিক সমাৰোহ।সাংস্কৃতিক সমাৰোহ উদ্বোধনী কৰে বিদ্যালয় পৰিচালনা সমিতিৰ উপসভাপতি ওৱাহেদুৰ জামান খণ্ডকৰে।বিভিন্ন কৃষ্টি সংস্কৃতিৰ সমাৰোহৰে অনুষ্ঠিত হয় উক্ত সাংস্কৃতিক সমাৰোহখনি। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিবেশন কৰে মনোৰম গীত নৃত্য,।তদুপৰি উপস্থিত থাকে আমন্ত্ৰিত শিল্পীও ।

Sponsored

जैक एन जिल सीनियर सेकण्डरी स्कूल, बून्दी (राज.)

प्रवेश प्रारम्भ | कक्षा नर्सरी से 12 वीं तक | कक्षा नर्सरी से 10 वीं तक अंग्रेजी माध्यम में शिक्षण | विगत 40 वर्षों से आपकी से आपकी सेवा में | सत्र 2023 - 24 में कक्षा 10 वीं व 12 वीं का शत प्रतिशत परीक्षा परिणाम | कक्षा 11 वीं व कक्षा 12 वीं कला वर्ग |