ছিপাঝাৰত বিষাক্ত সাপৰ সৈতে এজন ল'ৰা।

ভিডিঅ'টোত দেখাৰ দৰে এনেদৰে সাপ ধৰি ফুৰে ল'ৰাজনে। বিপজ্জনকভাৱে য'তে ত'তে অৱস্থান কৰা সাপবোৰ ধৰি নিৰাপদ ঠাইত এৰি দিয়ে যুৱকজনে।

ছিপাঝাৰৰ বৰদৌলগুৰিৰ (কবেইচুবা)

 দিগন্ত কুমাৰ নাথে

 আয়ত্ব কৰিছে সাপ ধৰাৰ কৌশল।

নিতৌ খবৰ পালেই সাপ ধৰিবলৈ যায় আৰু সাপ ধৰি নিৰাপদ স্হানত এৰি দিয়ে ।

প্ৰকৃতিৰ ভাৰসাম্য আৰু জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে সাপ জীয়াই থকা অতি জৰুৰী।সেয়ে সাপ নামাৰিবলৈ সকলোকে আহবান জনায় যুৱকজনে।