দৰিদ্ৰ মেধাসম্পন্ন শিক্ষাৰ্থীসকলৰ চিকিৎসক আৰু অভিযন্তা হোৱাৰ সপোনক পূৰণ কৰিবলৈ আজমল পৰিয়ালে আজমল ফাউণ্ডেচনৰ জৰিয়তে গ্ৰহন কৰিছিল আজমল সুপাৰ ৪০ নামেৰে এক অভিলাসী আঁচনি ৷ আজমল সুপাৰ ৪০য়ে আজি সৰ্বভাৰতীয় পৰ্যায়ত এক সুকীয়া পৰিচয় লাভ কৰি সেই বৃহৎ সপোনক বাস্তৱত পৰিণত কৰিবলৈ সক্ষম হৈছে৷সমগ্ৰ দেশৰ ভিতৰতে আজি আজমল সুপাৰ ৪০ ৰ শিক্ষাৰ্থীসকলে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ NEET ২০২২ বৰ্ষৰ পৰীক্ষাত আজমল সুপাৰ ৪০ য়ে আজি এক ঐতিহাসিক সফলতাৰে সমগ্ৰ দেশৰ ভিতৰতে জিলিকি উঠিছে৷ ২০২২ বৰ্ষৰ NEET পৰীক্ষাত ২৪০ গৰাকীতকৈ অধিক শিক্ষাৰ্থীয়ে স্থান লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনে৷ NEET ২০২২ৰ বাছনি পৰীক্ষাত আজমল সুপাৰ ৪০ৰ শীৰ্ষ স্থান দখল কৰে স্বনৱাৰ হুছেইন ,৭২০ নম্বৰৰ ভিতৰত ৬৪১ নম্বৰ পায় , জামাজ আখতাৰ (৬৩৮), নবিউল ইছলাম (৬৩৬), হবিবা ফিৰদৌচ (৬৩৫) ছাহিদ আহমেদ (৬৩৫) ,চাবা চামচাদ (৬৩১) নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
જુનાગઢ શિવરાત્રી મેળા ની સમીક્ષા કરવામાં avi
જુનાગઢ શિવરાત્રી મેળા ની સમીક્ષા કરવામાં avi
બનાસકાંઠા જિલ્લાના કાંકરેજ તાલુકાના 3 પોલીસ કર્મચારી સસ્પેન્ડ....
કાંકરેજ તાલુકા મુખ્ય મંથક શિહોરી પોલીસ સ્ટેશનમાં ફરજ પર બેદરકારી દાખવતા 3 પોલીસ કર્મચારીઓ ને...
ವೀರಶೈವ ಲಿಂಗಾಯತ ಅಭಿವೃದ್ಧಿ ನಿಗಮದ ಅಧ್ಯಕ್ಷರಾಗಿ ಶಾಸಕರಾದ ವಿಜಯಾನಂದ ಕಾಶಪ್ಪನವರ್ ಅಧಿಕಾರ ಸ್ವಿಕರಿಸಿದರು.
ಫೆಬ್ರವರಿ 22, 2024
ವೀರಶೈವ ಲಿಂಗಾಯತ ಅಭಿವೃದ್ಧಿ ನಿಗಮದ ಅಧ್ಯಕ್ಷರಾಗಿ ಅಧಿಕಾರ ವಹಿಸಿಕೊಂಡ ಶಾಸಕ ಹಾಗೂ ವೀರಶೈವ...
ગુજરાત ATS અને કોસ્ટગાર્ડે 350 કરોડનુ 50 કિલો હેરોઈન જપ્ત કર્યુ.#gujarat_geeta_news_ #google#dgp
ગુજરાત ATS અને કોસ્ટગાર્ડે 350 કરોડનુ 50 કિલો હેરોઈન જપ્ત કર્યુ.#gujarat_geeta_news_ #google#dgp
1993 চনৰ পৰাই মৰাণৰ লগতে মৰাণৰ দাঁতিকাষৰীয়া ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে মৰাণ মেডিকেল চেন্টাৰ
1993 চনৰ পৰাই মৰাণৰ লগতে মৰাণৰ দাঁতিকাষৰীয়া ৰাইজৰ সেৱাত ব্ৰতী হৈ আছে মৰাণ মেডিকেল চেন্টাৰ