সোণাৰিৰ সামাজিক -সাংস্কৃতিক অনুষ্ঠান সমলয় গোষ্ঠীৰ উদ্যোগত অনুষ্ঠিত হোৱা শিশু নাট কৰ্মশালাৰ অংশ হিচাপে আজি সোণাৰিত বিশেষ নাট্য সন্ধিয়াৰ আয়োজন কৰা হৈছে। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত সন্ধিয়াৰপৰা আৰম্ভ হোৱা এই নাট্য সন্ধিয়াত শিশু শিল্পী সকলৰ দ্বাৰা দুখন শিশুনাট মঞ্চস্থ কৰা হ'ব। সোণাৰি সমলয় গোষ্ঠীৰ সভাপতি উৎপল গগৈয়ে এই সন্দৰ্ভত জানিবলৈ দিয়া অনুসৰি নাট্যকাৰ, পৰিচালক এডিচন দেউৰীৰ "বানে ধোৱা গাঁও" আৰু এডিচন দেউৰীৰ পৰিচালনাত, নাট্যকাৰ হবীব তনবীৰ, অনুবাদক ভগীৰথী বাঈ ইছলাম আৰু অনুপ হাজৰিকাৰ "চৰণ দাস চোৰ" এই দুখন শিশু নাট মঞ্চস্থ কৰিব গ্ৰীষ্মকালীন শিশু নাট কৰ্মশালাৰ প্ৰশিক্ষাৰ্থীসকলে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা ৰূপসজ্জা কৰ্মশালাৰ সামৰণি
পূব মাজুলী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আয়োজন কৰা ৰূপসজ্জা কৰ্মশালাৰ সামৰণি
যোৱা ১৭ জুলাই...
শিৱসাগৰ শিৱদৌল প্ৰাংগণত শ্ৰীশ্ৰী মহাশিৱৰাত্ৰি পূজা আৰু মেলা-২০২৪
শিৱসাগৰঃ ৪ মাৰ্চৰ পৰা ৯ মাৰ্চলৈ ছয়দিনীয়াকৈ শিৱসাগৰ দ’ল উন্নয়ন পৰিষদৰ উদ্যোগত আৰু ৰাইজৰ...
#news24update #views #news #assamforest গোৰেশ্বৰৰ বগামাটিত আবদ্ধ বন্যহস্তীৰ পোৱালী উদ্ধাৰ বনবিভাগৰ
#news24update #views #news #assamforest গোৰেশ্বৰৰ বগামাটিত আবদ্ধ বন্যহস্তীৰ পোৱালী উদ্ধাৰ বনবিভাগৰ
अफीम का रंग, स्वाद और पेटी में बंद हरा चखना, Chittorgarh में Saurabh Dwivedi को क्या ज्ञान मिला?
अफीम का रंग, स्वाद और पेटी में बंद हरा चखना, Chittorgarh में Saurabh Dwivedi को क्या ज्ञान मिला?
Paris Olympics 2024: 'अब कोई मेडल न आवेगा', विनेश के वजन अधिक होने पर भावुक होकर बोले Mahavir Phogat
Paris Olympics 2024: 'अब कोई मेडल न आवेगा', विनेश के वजन अधिक होने पर भावुक होकर बोले Mahavir Phogat