মৰাণ আৰক্ষীয়ে যোৱা নিশা অভিযান চলাই মৰাণ নগৰত বিক্ৰী কৰিবলৈ অনা চুৰি মবাইল চাৰিটা, দুটা লেপটপ সহ তিনিটা চোৰক।আটক কৰে।উল্লখ্য যেকিছুদিনৰ পূৰ্বে ফ্লিপকাৰ্ট, এমাজনআদি কোম্পানীৰ বস্তু ডেলিভাৰ কৰাল'ড চেয়াৰ প্ৰাইভেট লিমিটেডৰ পৰা পায় ২০ লক্ষাধিক টকাৰ সামগ্ৰী।চুৰি হৈছিল। সেই সন্দৰ্ভত যোৱা নিশা মৰাণ আৰক্ষী থানাই মৰাণ নগৰত অভিযান চলাই ডিব্ৰুগড়ৰ বিজিত গগৈ, বিষ্ণু গগৈ আৰু বিদ্যুত সন্দিকৈক প্ৰায় দুই লাখ টকাৰ চুৰি সামগীসহ আটক কৰে।ইয়াৰে বিষ্ণু গগৈ আৰু বিজিত গগৈল'ড চেয়াৰ প্ৰাইভেট লিমিটেডৰ অস্থায়ী কৰ্মচাৰী।বত্তৰ্মান আৰক্ষীৰ তদন্ত।অব্যাহত আছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಹವ್ಯಕ ಪ್ರತಿಷ್ಠಾಪನದಿಂದ ಉಚಿತ ವೈದ್ಯಕೀಯ ಶಿಬಿರ ಆಯೋಜನೆ
ಬೆಂಗಳೂರು : ರಾಜರಾಜೇಶ್ವರಿ ನಗರ ವಿಧಾನಸಭಾ ಕ್ಷೇತ್ರದ ಜನಪ್ರಿಯ ಶಾಸಕರಾದ ಮುನಿರತ್ನ ಅವರು ವಾರ್ಡ್ ನಂ 160...
New Bajaj Pulsar N250: कल लॉन्च होगी 2024 पल्सर N250, होंगे कई अहम बदलाव
देश की प्रमुख दोपहिया वाहन निर्माता Bajaj Auto की ओर से कई बेहतरीन बाइक्स को ऑफर किया जाता...
एका शिक्षकांनी आमदार बंब सोबत साधलेला संवादाची क्लिप सोशल मीडियावर ती व्हायरल ?
एका शिक्षकांनी आमदार बंब सोबत साधलेला संवादाची क्लिप सोशल मीडियावर ती व्हायरल ?
નાશાંબંધી વિભાગ ઉઘતું ઝડપાયો 600 લીટર ઝેરી કેમિકલ અમદાવાદથી બોટાદ પહોચ્યું
નાશાંબંધી વિભાગ ઉઘતું ઝડપાયો 600 લીટર કેમિકલ બોટાદથી અમદાવાદ પહોચ્યુંબોટાદ જિલ્લના બરવાળા તાલુકા...