সোণাৰিত আদৰ্শ প্ৰাথমিক বিদ্যালয়ত বিদ্যালয় এৰি যোৱা ছাত্ৰ ছাত্ৰী সকলক পুনৰ নামভৰ্তি কৰাকে লৈ মুল তিনিটা বিষয়ত এখন সভা অনুষ্ঠিত হয়।

চৰাইদেউ জিলাৰ সোণাৰিৰ ৫নং ৱাৰ্ডত থকা সোণাৰি আদৰ্শ প্ৰাথমিক বিদ্যালয়ত আজি স্বাধীনতা দিবস উপলক্ষে কৰা আয়োজন সম্পৰ্কে আলোচনা আৰু বিদ্যালয় এৰি যোৱা ছাত্ৰ ছাত্ৰী সকলক পুনৰ নামভৰ্তি কৰা আৰু বৃক্ষ ৰোপন কৰি ইয়াৰ প্ৰতিপালন কৰা ইত্যাদি এই তিনিটা উদ্দেশ্যৰে এখন সভা অনুস্থিত কৰা হয়।