আজিৰ খবৰ, গুৱাহাটী, ১২ জুলাই, ২০২২ : বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠত, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কফিব্ৰেণ্ড ক'ষ্টা কফি বেণ্ডৰ দুখনকৈ বিপণিৰ শুভউদ্বোধন কৰা হয়। বিপণিখন উদ্বোধন কৰে মুখ্য বিমানকোঠ বিষয়া উৎপল বৰুৱাই। বিপণিখন চিকিউৰিটি হ'ল্ডিং এলেকাত অবস্থিত। ক'ষ্টা কফিৰ সোৱাদ অন্য সাধাৰণ কফিৰ তুলনাত ব্যতিক্ৰম। এই কফিত এৰাবিকা আৰু ৰ'বাস্ত বীনৰ অসাধাৰণ মিশ্ৰণে এক অনান্য সোৱাদ প্ৰদান কৰাৰ বাবে এই কফি জনসমাজত অতি জনপ্ৰিয়। উল্লেখযোগ্য যে ক'ষ্টা কফি বেণ্ডে এইদুখন বিপণিৰ যোগেদি অসমত প্ৰথমবাৰৰ বাবে ব্যৱসায় আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Interaction with East-West University Georgia delegates in Bengaluru
Interaction with East-West University Georgia delegates in Bengaluru
ৰহাত ১১৪সংখ্যক সাৰ্বজনীন দূৰ্গা পুজা ৰ প্ৰস্তুতি।সমিতি গঠন।চৈতন্য প্ৰতিমা হব মুখ্য আকৰ্ষণ।
সমাজত শ্ৰীশ্ৰী শাৰদীয় দুৰ্গা পুজা, সমস্ত ৰাজ্যৰ লগতে বৃহতৰ ৰহাতো আগন্তুক শাৰদীয় দুৰ্গা পুজা ৰ...
ગુજરાતમાં કહેર વર્તાવતી ઠંડીનો દોર આવી રહ્યો છે,ઉભા પાકમાં હિમ પડવાની શક્યતા;અંબાલાલ પટેલે ખેડૂતોને સાવધ કર્યાં.
ઉત્તર ભારતના અનેક રાજ્યો કાતિલ ઠંડીને પગલે હાલના દિવસોમાં ગુજરાત પણ ઠુંઠવાઈ રહ્યું છે.છેલ્લા...
Lok Sabha Election 2024: राहुल गांधी को चुनौती देगा ये नेता, बीजेपी ने वायनाड सीट पर किया प्रत्याशी के नाम का एलान
केरल में शेष चार सीटों के लिए उम्मीदवारों की घोषणा करते हुए भाजपा ने अपने राज्य प्रमुख के...