১ চেপ্তেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে আৰম্ভ হোৱা পোষণ মাহ উদযাপন কাৰ্যসূচীমতে দৰঙৰ দলগাওঁ শিয়ালমাৰী শিশু উন্নয়ন প্ৰকল্পত ব্লক পৰ্যায়ৰ পঞ্চম ৰাষ্ট্ৰীয় পোষণ মাহ বুধবাৰে শুভ উদ্বোধন কৰা হয়। সেই উপলক্ষে খাৰুপেটীয়া অসম ক্লাৱ প্ৰেক্ষাগৃহত দৰং জিলা সমাজকল্যাণ বিষয়া ৰাজলক্ষী দেউৰীৰ সঞ্চালনাত পোষণ মাহৰ এখনি উদ্বোধনী সভা অনুষ্ঠিত হয়। সভাত চি ডি পি অ কৃষ্ণা পেগু, সমাজকল্যাণ দৰং জিলা সম্বনয়ক পাৰভেজ মেহদি আলম, নজিবুৰ ৰহমান আদি বিষয়া সকলে দলগাওঁ শিয়ালমাৰী শিশু উন্নয়ন প্ৰকল্পৰ অধীনস্থ বিভিন্ন অংগনবাদী কেন্দ্ৰৰ কৰ্মী, সহায়িকা, আশাকৰ্মী, খাৰুপেটীয়া পৌৰসভাৰ ৱাৰ্ড কমিছনাৰ সকলৰ উপস্থিতিত শিশুৰ জন্মৰ পৰা প্ৰথম দুই বছৰলৈ কেনেকৈ যত্ন লব লাগে, মাতৃৰ ৰক্তহীনতা দূৰ কৰাৰ বাবে কেনেধৰনৰ খাদ্য খাব লাগে আদিৰ বিষয়ে আলোচনা কৰা হয়। সভাখনত খাৰুপেটীয়া পৌৰসভাৰ পৌৰপতি কৃষ্ণা সাহা, দলগাওঁ শিয়ালমাৰী উন্নয়ন খন্ডৰ খণ্ড বিষয়া তনুমণি ভুঞা, প্ৰাক্তন দৰং জিলা মাৰ্কেটিং বৰ্ডৰ সভাপতি মইনুউদ্দীন আহমেদ, ব্লক চেয়াৰমেন ৱাজেদ আলী প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા તાલુકાનાં લૂણપુર ગામ લોકોમાં રોષનો માહોલ
ડીસા તાલુકાનાં લૂણપુર ગામ લોકોમાં રોષનો માહોલ
Top Headlines Of The Day: Chandrayaan-3 Landing Updates | ISRO | PM Modi | BRICS | Aaj Tak News
Top Headlines Of The Day: Chandrayaan-3 Landing Updates | ISRO | PM Modi | BRICS | Aaj Tak News
Airtel-Jio के बाद Vodafone Idea ने शुरू किया 5G नेटवर्क लॉन्च, इन दो शहरों में मिलेगी जबरदस्त स्पीड
VI 5G Network in India एयरटेल और जियो द्वारा देश में अपनी 5जी नेटवर्क सर्विस शुरू करने के एक साल...
Corporate Scan में बिजनेस आउटलुक पर Shriram Finance के Executive VC, उमेश रेवनकर से खास बातचीत
Corporate Scan में बिजनेस आउटलुक पर Shriram Finance के Executive VC, उमेश रेवनकर से खास बातचीत
જેસર ના દેપલા સહિત ગામડાઓમાં પશુઓને રસી આપવામાં આવી
જેસર ના દેપલા સહિત ગામડાઓમાં પશુઓને રસી આપવામાં આવી