অৰুণাচলী লোকে দখল কৰা অসমৰ মাটি অৰুণাচল প্ৰদেশক এৰি দিয়াৰ পক্ষপাতী নহয় সাংসদ তপন কুমাৰ গগৈ। ১৯৬২ চনৰ চাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপ অনুসৰি নিৰ্ধাৰণ কৰা টিয়ক নদীকেই অসম-অৰুণাচল প্ৰদেশৰ সীমা হিচাপে মানি লবলৈ আহ্বান সকলোকে। টীয়ক নৈৰ সীমা পাৰ হৈ অসমৰ ন কিলোমিটাৰ ভিতৰলৈকে বেদখল কৰি অৰুণাচলীয়ে গাঁও স্থাপন কৰিছে যদিও চৰাইপুঙৰ বিবদমান এলেকা অৰুণাচল প্ৰদেশৰ বুলি দাবী কৰা কাৰ্যত বিৰুধিতা সাংসদ গৰাকীৰ। অসম-অৰুণাচল প্ৰদেশ সীমা বিবাদ সন্দৰ্ভত দুয়োখন ৰাজ্যৰ প্ৰথম লানি বৈঠক অনুষ্ঠিত হোৱাৰ পাছত আজি পুনৰ দুয়োখন ৰাজ্যৰ জনসাধাৰণৰ উপস্থিতিত চৰাইপুঙ অঞ্চলত চৰাইদেউ জিলা প্ৰশাসনে অনুষ্ঠিত কৰে ৰাজহুৱা সভা। সীমা বিবাদ সন্দৰ্ভত অনুষ্ঠিত ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি সাংসদ তপন কুমাৰ গগৈয়ে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
राज्यात सत्तासंघर्ष सुरु असतांना गेल्या 9 महिन्यात 756 शेतकऱ्यांनी संपवलं जीवन
औरंगाबाद : राज्यात सत्तासंघर्ष सुरु असतांना गेल्या 9 महिन्यात 756 शेतकऱ्यांनी संपवलं जीवन...
जेसीआई कोटा शक्ति का फेलोशिप कार्यक्रम आयोजित
जेसीआई कोटा शक्ति द्वारा फिल्मी गानों की तर्ज पर फेलोशिप कार्यक्रम का आयोजन किया गया l जेसीआई...
Mukesh Sahani Father's Murder: बिहार में लगातार अपराध पर Pappu Yadav ने Nitish सरकार को घेरा
Mukesh Sahani Father's Murder: बिहार में लगातार अपराध पर Pappu Yadav ने Nitish सरकार को घेरा
જિલ્લા કક્ષા બાળ નાટ્ય તથા નૃત્ય નાટિકા સ્પર્ધા યોજવામાં આવશે: તા.૨૫ સપ્ટેમ્બર સુધીમાં પ્રવેશપત્ર અરજી મોકલવી
અમરેલી, તા.૧૭ સપ્ટેમ્બર, ૨૦૨૨ (શનિવાર) જિલ્લા કક્ષા બાળ નાટ્ય તથા નૃત્ય નાટિકા સ્પર્ધા યોજવામાં...