ভাৰতীয় জনতা পাৰ্টি চাহ জনগোষ্ঠী মৰ্চা অসম প্ৰদেশৰ তিনিচুকীয়াৰ মানৱ কল্যাণ পূজা ভৱনত তিনিদিনীয়াকৈ অনুষ্ঠিত হয় প্ৰশিক্ষণ আৰু কায্যনিৰ্বাহক সভা ৷ আজি শেষৰ দিনটোৰ কায্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ সভাপতি ভৱেশ কলিতাৰ লগতে শ্ৰম মন্ত্ৰী সঞ্জয় কিষান ৷ সভাপতিগৰাকীয়ে অনুষ্ঠানটোত উপস্থিত থাকি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে বিভিন্ন দিশত মন্তব্য প্ৰদান কৰে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
દાહોદ ગોદિરોડ ખાતે પોતાના ભાઈ બહેન સાથે નાસ્તો કરવા આવેલી યુવતી પર હુમલો@live24newsgujarat
દાહોદ ગોદિરોડ ખાતે પોતાના ભાઈ બહેન સાથે નાસ્તો કરવા આવેલી યુવતી પર હુમલો@live24newsgujarat
Israel Hamas Conflict: गाजा में मौत के आंकड़ों पर बाइडन ने जताया शक, अधिकारियों ने जारी कर दिए मृतकों के नाम
Israel Hamas Conflict: इजरायल और हमास के बीच 7 अक्टूबर को युद्ध शुरु हुआ था। ये...
শিৱসাগৰ জিলা স্বাস্থ্য সমিতিৰ জিলা ভিত্তিক পৰ্যালোচনা সভা সম্পন্ন
শিৱসাগৰত স্বাস্থ্য সমিতিৰ জিলা ভিত্তিক এখল পৰ্যালোচনা সভা সম্পন্ন হয়৷শিৱসাগৰ জিলা আয়ুক্ত ভৱনৰ...
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সম্বৰ্ধনা অনুষ্ঠান।
প্ৰবাদ প্ৰতিম ক্ৰীড়াবিদ মেজৰ ধ্যান চান্দৰ ১১৭ সংখ্যক জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি দেশজুৰি আয়োজন...