গোলাঘাট নগৰত হঠাৎ জ্বলি উঠিল এখন বাহন।যান্ত্ৰিক বিজুতিৰ ফলতেই গোলাঘাট নগৰৰ আৰক্ষী থানাৰ সমীপত জ্বলি উঠিল এই বাহন খন।কথমপি প্ৰান ৰক্ষা চালকৰ।