মাজুলী দক্ষিণপাট গৃহ আশ্ৰমি সত্ৰত সংবাদমেল সম্বোধন কৰে বিশ্বহিন্দু মহাসংঘ অসমৰ সভাপতি জনৰ্দ্দন্ন দেৱ গোস্বামীয়ে। তেখেতে কয় অসমত জেহাদী ক উৎখাত কৰিবলৈ ২০১৫ চনত সেই সময়ৰ তদানীন্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজ নাথ সিঙক এক স্মাৰক পত্ৰ প্ৰদান কৰিছিল হিন্দু যুৱ ছাত্ৰ পৰিষদে দাবী জনাইছিল হিন্দুযুৱক সকলৰ দ্বাৰা এক বিশেষ বাহিনী তৈয়াৰ কৰি জেহাদীৰ কাৰ্যকলাপ ৰোধ কৰিবলৈ চেষ্টা চলোৱাৰ লগতে অসম খনক কাশ্মীৰ হোৱাৰ পৰা ৰক্ষা কৰিব লাগে।লগতে অসম পুলিচৰ লগত সামৰিক বাহিনী লগাই চৰ অঞ্চলৰ পৰা মাদ্ৰাছা সমূহ উৎখাত কৰিব লাগে।অসমৰ সকলো মাদ্ৰাছা বন্ধ কৰিব লাগে।।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Will of border residents should be top most priority during talks with Assam
Cabinet minister Renikton Lyngdoh Tongkhar expressed confidence that the state would benefit from...
Gamirighat Dushera festival preparation is in peak MailBazar Gohpur .
On the direct supervision SDO civil of Gohpur Dipon Borman and guidence of MLA Utpal Borah ....
Raid against use of plastic bags
As per instruction, Assistant Commissioner and Executive Magistrate Suprava Roy, ACS along with...
દાહોદ નવસારી અને તાપી માં પુરુષ મતદારો કરતાં મહિલા મતદારો વધારે
ગુજરાતમાં બે તબક્કામાં 51,839 પોલીંગ સ્ટેશનમાં મતદાન યોજાશે : પી.ભારતી...