👉মৰিগাঁৱৰ ন-ভেটিত বিধ্বংসী অগ্নিকাণ্ড।

👉জুইত সম্পূৰ্ণৰূপে জাহ গল ৰত্নেশ্বৰী দাসৰ সকলো সম্পত্তি আৰু বাসগৃহ।

👉অগ্নিকাণ্ড সূত্ৰপাত এতিয়ালৈ জানিব পৰা হোৱা নাই।

👉অগ্নিকাণ্ড ফলত বিস্ফোৰণ এটা ছিলিণ্ডাৰ।

👉অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।

👉অগ্নি নিৰ্বাপন বাহিনীয়ে ঘটনাস্থলীত উপস্থিত হয় যদিও তেতিয়ালৈ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ঘৰটো।