আদৰ্শ গাঁৱৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হল মাজুলীৰ উন্নয়ন খণ্ডৰ ২নং বৰগঙা আৰু উজনি মাজুলীৰ উন্নয়ন খণ্ডৰ দেউৰী গাঁৱে।।

Sponsored

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट - बूंदी

पटौदी इंटरप्राइजेज एवं अलगोजा रिसोर्ट कीऔर से बूंदी वासियों को दीपावली की हार्दिक बधाई व शुभकामनाएं

মাজুলীত অসম আদৰ্শ গৰম যোজনাৰ বৃহৎ গাঁও সভা সম্পন্ন হয় আজি দেউৰী গাঁৱত। অসম চৰকাৰৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতা ত চলিত বৰ্ষৰ পৰা ১২৬ তা সমষ্টিৰ বিধানসভা সমষ্টিৰ প্ৰতিটো সমষ্টিত দুখন গাঁৱক আদৰ্শ গাঁও হিচাপে গঢ়ি তোলা ৰ অভিলাচী আঁচনি পৰিকল্পনা হাতত লোৱা হৈছিল।৯৯ নং অনুসূচীত মাজুলী বিধান সভা সমষ্টিৰ মাজুলী উন্নয়ন খণ্ডৰ অধীনত চিলাকলা গাঁও পঞ্চায়তৰ ২নং বৰগঞাক আৰু উজনি মাজুলী উন্নয়ন খণ্ডৰ অধীনত শ্ৰী ৰাম গাঁও পঞ্চায়তৰ দেউৰী গাঁৱক আদর্শ গাঁও হিচাপে ঘোষণা কৰে।  আজি এই উপলক্ষে শ্ৰী শ্ৰী এলঙি নৰ সিংহ সত্ৰৰ সামূহিক ভৱনত এখন বৃহৎ গাঁও সভা অনুষ্ঠিত হয়। মাজুলী অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস আদৰ্শ গাঁৱৰ ব্যাখ্যা কৰি বক্তব্য প্ৰদান কৰে। উক্ত সভাত মাজুলী বিধায়কৰ প্ৰতিনিধি হিচাপে জিলা বিজেপিৰ সভাপতি বীৰেন শইকীয়া উপস্থিত থাকে।