Slug --- Dergaon korom porob 

নিশা দেৰগাৱঁৰ ৰঙামাটিৰ কৰম পৰবত দেখা গ'ল মনোমোহা দৃশ্য 

-------------------------------------------------------------------

মাদলৰ চেৱত ঝুমুৰ নাচিলে ১৫০০ যুৱতীয়ে 

Ocvo --- নিশা দেৰগাৱঁৰ ৰঙামাটিত অনুষ্ঠিত হোৱা কৰম পৰবত দেখা গ'ল মনোহোৱা দৃশ্য । মাদলৰ চেৱত ঝুমুৰ নাচিলে ১৫০০ যুৱতী-মহিলাই । উদয়ন যুৱক সংঘ আৰু বাগিছা সংঘই অনুষ্ঠিত কৰম পৰবত দেখা গ'ল এই নান্দনিক দৃশ্য । চাহ জনগোষ্ঠীৰ অন্যতম কৃষ্টি ঝুমুৰ সংস্কৃতিৰে কঁপি উঠিল দেৰগাৱঁৰ কৰম পৰব । এই অনুষ্ঠান চাবলৈ নিশা সমবেত হয় হাজাৰ হাজাৰ লোক