পশ্চিম প্ৰান্তৰ অগ্ৰণী শিক্ষানুষ্ঠান পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ ২৫ বৰ্ষপূৰ্ত্তি উপলক্ষে ৰূপালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । প্ৰস্তুতিৰ অংশ হিচাপে সোমবাৰে শিক্ষক দিৱসৰ লগত সংগতি ৰাখি আন্তঃগাঁথনিৰ কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰা হয় ৷ পশ্চিম দৰং জাতীয় বিদ্যালয়ৰ অধ্যক্ষ উপেন চন্দ্ৰ ডেকা, সহকাৰী শিক্ষক জীৱন বৰুৱা আৰু সচিব ৰমেশ ডেকাই আঁতধৰা আধাৰশিলা স্থাপন অনুষ্ঠানত স্থায়ী পতাকা বেদীৰ আধাৰশিলা স্থাপন কৰে সুৰেন্দ্ৰ বৰুৱাই, স্মৃতিবেদীৰ আধাৰশিলা স্থাপন কৰে ৰূপনাথ কলিতাই, সৰস্বতী দেৱীৰ প্ৰতিমূৰ্তিৰ আধাৰশিলা স্থাপন কৰে খিতেশ্বৰ কলিতাই, সৰ্ৱেপল্লী ৰাধাকৃষ্ণণৰ মূৰ্তিৰ আধাৰশিলা স্থাপন কৰে ৰন্তিৰাম বৰুৱাই ৷ একেদৰে ৰূপালী জয়ন্তী ভৱনৰ আধাৰশিলা স্থাপন কৰে দৰং জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা ভৱেন বৰ্মনে আৰু স্থায়ী তোৰণৰ আধাৰশিলা স্থাপন কৰে কমলেশ্বৰ বৰুৱাই ৷ ইয়াৰ পিছতে বিদ্যালয়ৰ শিক্ষক জীৱন বৰুৱাৰ কথা আৰু সুৰেৰে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিবেশন কোৰাচেৰে আৰম্ভ হোৱা অৱসৰী শিক্ষক সকলৰ অন্তৰঙ্গ অনুষ্ঠানটি সঞ্চালনা কৰে দুনী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কনকচন্দ্ৰ কাকতিয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ज्योति मिर्धा के बाद हनुमान बेनीवाल ने राजस्थान की डिप्टी सीएम दीया कुमारी पर सवाल उठाए
नागौर से नवनिर्वाचित सांसद हनुमान बेनीवाल ने उप मुख्यमंत्री दीया कुमारी को बेबस बता दिया....
વડગામના ફતેગઢના ગ્રામજનો દ્વારા ગામ ખાતે બનતી હોસ્પિટલમાં માતબર જમીન દાન આપનાર દાતાને સન્માનિત....
વડગામના ફતેગઢના ગ્રામજનો દ્વારા ગામ ખાતે બનતી હોસ્પિટલમાં માતબર જમીન દાન આપનાર દાતાને સન્માનિત....
હાથબ બંગલા વાડી વિસ્તારમાં જુગાર રમતા 3 શખ્સો ઝડપાયા,3 ફરાર
હાથબ બંગલા વાડી વિસ્તારમાં જુગાર રમતા 3 શખ્સો ઝડપાયા,3 ફરાર
Raamdeo Agrawal Post Budget Reaction: बजट को कैसे ले रहा बाजार, अब बाजार रहेगा Positive?
Raamdeo Agrawal Post Budget Reaction: बजट को कैसे ले रहा बाजार, अब बाजार रहेगा Positive?
ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চা অসম প্ৰদেশৰ উদ্যোগত ৰাজ্যিক প্ৰশিক্ষণ শিবিৰত আয়োজন
আজিৰে পৰা কাহিকুছি, আজাৰাস্থিত ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান(SIRD)সভা কক্ষত ভাৰতীয়...