নলবাৰী চহৰৰ পবিত্ৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ সমিপৰ অসম্পূৰ্ণ উৰনীয়া সেতু শিঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে এক প্ৰতিবাদী গণবিক্ষোপ কাৰ্য্যসূচী ৰূপায়ণ কৰে৷উল্লেখযোগ্য যে বিগত ২০১৭ চনতে তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আধাৰশিলা স্থাপন কৰি সেতুখনৰ নিৰ্মাণ কাৰ্য্য আৰম্ভ কৰিছিল৷কিন্তু দুৰ্ভাগ্যজনক কথা যে আজি পৰ্য্যন্ত সেতুখন সম্পূৰ্ণ নোহোৱাত ৰাইজৰ যথেষ্ট অসুবিধা হৈছে৷সেয়েহে আজি যুৱছাত্ৰ পৰিষদে প্ৰতিবাদী কাৰ্য্যসূচীৰে চৰকাৰ তথা লোকনিৰ্মান বিভাগক উৰনীয়া সেতুখন শিঘ্ৰে সম্পূৰ্ণ কৰাৰ দাবী জনাইছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
দৰং জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আছুৰ পতাকা অৰ্ধনমিত হ'ল।
আজি দৰং জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ত আছুৰ পতাকা অৰ্ধনমিত হ'ল।
দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন...
যোৰহাটৰ ২ জন ৰোগীলৈ আজি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ অধীনৰ অনুদান বিতৰণ
বহুদিন ধৰি দুৰাৰোগ্য ৰোগত ভূগি চিকিৎসাধীন হৈ থকা যোৰহাট বঙালপুখুৰীৰ হেমকান্ত খাউণ্ড পথৰ নিবাসী...
કાંકરેજ તાલુકાના વેપારી મથક થરા ખાતે વેપારી પર અજાણ્યા ઈસમો દ્વારા હુમલા અંગે પીએસઆઈને આવેદનપત્ર
કાંકરેજ તાલુકાના વેપારી મથક થરા ખાતે વેપારી પર અજાણ્યા ઈસમો દ્વારા હુમલા અંગે પીએસઆઈને આવેદનપત્ર
પોરબંદર ની આશા વર્કર બહેનો ની નિષ્ઠા ને સલામ #porbandar #ashaworkers #news
પોરબંદર ની આશા વર્કર બહેનો ની નિષ્ઠા ને સલામ #porbandar #ashaworkers #news