জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক অধিবেশনৰ আদৰণি সমিতিৰ পূৰ্ণাঙ্গ ৰূপ প্ৰদান আৰু অধিবেশনৰ খচৰা প্ৰস্তুত কৰণ সম্পৰ্কে ৰাজহুৱা সভা এখন মঙ্গলবাৰে সম্পন্ন হয় । দৰং জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক অধিবেশনখনি সৰাবাৰী সাহিত্য সভাৰ আতিথ্যত আগন্তুক ২০২৩ বৰ্ষৰ ৭ আৰু ৮ জানুৱাৰীত অনুষ্ঠিত হ'ব । সেই উপলক্ষে ইতিমধ্যে ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীক সভাপতি হিচাপে লৈ আদৰণি সমিতি গঠন কৰা হৈছে। সোমবাৰে বিধায়ক ডঃ পৰমানন্দ ৰাজবংশীৰ উপস্থিতিত আদৰণি সমিতিৰ পূৰ্ণাঙ্গ ৰূপ প্ৰদান আৰু সৰাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধিবেশনৰ খচৰা প্ৰস্তুত কৰণৰ উদ্দেশ্যে ৰাজহুৱা সভা এখন অনুষ্ঠিত হয়। আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি লংকেশ্বৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী, ধনভড়ালী কেশৱ চন্দ্ৰ চহৰীয়া, জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক মুকুট চন্দ্ৰ হাজৰিকা, মঙলদৈ সাহিত্য সভাৰ সম্পাদক কালিন্দ্ৰ বৰুৱাই অংশগ্ৰহণ কৰে । বিধায়ক গৰাকীয়ে দৰং জিলা সাহিত্য সভাৰ ৪৭ সংখ্যক সৰাবাৰী অধিবেশনখনি সৰ্বাঙ্গসুন্দৰ কৰি তুলিবলৈ সৰ্বতোপ্ৰকাৰে সহযোগ কৰিব বুলি আশ্বাস প্ৰদান কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Skin Care: अगर आपकी स्किन है सेंसिटिव, तो रेटिनॉल का इस्तेमाल करते वक्त ध्यान रखें ये बातें
बढ़ती उम्र में भी जवां बने रहने के लिए हम क्या कुछ नहीं करते। सही स्किन रूटीन डाइट और एक्सरसाइज...
વડોદરા ની SSG હોસ્પિટલ ખાતે શ્રી રામ સેવા ટ્રસ્ટ દ્વારા જરૂરિયાત મંદ લોકોને ભોજન પીરસવામાં આવ્યું
વડોદરા ની SSG હોસ્પિટલ ખાતે શ્રી રામ સેવા ટ્રસ્ટ દ્વારા જરૂરિયાત મંદ લોકોને ભોજન પીરસવામાં આવ્યું
विनायक मेटेंसारखाच अपघात, योगी आदित्यनाथ यांच्या ओएसडीसोबत काय घडलं... Vinayak Mete
विनायक मेटेंसारखाच अपघात, योगी आदित्यनाथ यांच्या ओएसडीसोबत काय घडलं... Vinayak Mete
Cm Bhupendra Patel Speech Gandhinagar: આભાર દર્શન કાર્યક્રમ | Obc Samaj | Dpnewslive
Cm Bhupendra Patel Speech Gandhinagar: આભાર દર્શન કાર્યક્રમ | Obc Samaj | Dpnewslive
बॉयफ्रेंड के साथ मिल पति का मर्डर, Youtube देखकर बनाया प्लान!
बॉयफ्रेंड के साथ मिल पति का मर्डर, Youtube देखकर बनाया प्लान!