◆যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত আজি শ্ৰীশ্ৰী পীতাম্বৰ দেৱ গোস্বামী পুঁথিভড়ালৰ প্ৰেক্ষাগৃহত ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ আৰু ডিষ্টিংশ্যন প্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকললৈ আগবঢ়োৱা "আনন্দৰাম বৰুৱা বঁটা"প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷উক্ত অনুষ্ঠানত অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি জিলাখনৰ শীৰ্ষ স্থান প্ৰাপ্ত ছাত্ৰ ছাত্ৰী কেইজনৰ লগতে ষ্টাৰ আৰু ডিষ্টিংশ্যন প্ৰাপ্ত কেইবাজনো ছাত্ৰ ছাত্ৰীক আনুষ্ঠানিক ভাৱে প্ৰশংসাপত্ৰ প্ৰদান কৰে৷উল্লেখ্য যে, জিলাখনৰ মুঠ ১১২৩ গৰাকী মেধাবী ছাত্ৰ ছাত্ৰীয়ে বঁটা হিচাপে আজি ১৬০০০ কৈ টকা পাবলৈ সক্ষম হৈছে৷ ষ্টাৰ নম্বৰ আৰু তাতকৈ অধিক নম্বৰ লাভ কৰা তথা প্ৰতিজন কৃতিত্ব সহকাৰে উৰ্ত্তিণ হোৱা ছাত্ৰ ছাত্ৰীয়ে আজি ইতিমধ্যে অনলাইন যোগে বেংক একাউন্টত উক্ত টকা লাভ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
MCN NEWS| कांद्याला भाव नसल्याने होळी सणाच्या दिवशी शेतकरी करणार आंदोलन
MCN NEWS| कांद्याला भाव नसल्याने होळी सणाच्या दिवशी शेतकरी करणार आंदोलन
ডুমডুমা DFOৰ পৰা কোনে মোটা অংক পাই? ডুমডুমা আছুৰ সা: সম্পাদক প্ৰতীম নেওঁগে কাক উদ্দেশ্যি এনেদৰে কলে?
ডুমডুমা DFOৰ পৰা কোনে মোটা অংক পাই? ডুমডুমা আছুৰ সা: সম্পাদক প্ৰতীম নেওঁগে কাক উদ্দেশ্যি এনেদৰে কলে?
વડાપ્રધાન નરેન્દ્ર મોદી આજે મોહાલીમાં: કેન્સર હોસ્પિટલ આપશે ભેટ, બે કિમી વિસ્તાર સીલ, કલમ 144 લાગુ
વડાપ્રધાન નરેન્દ્ર મોદી આજે પંજાબના લોકોને હોમી ભાભા કેન્સર હોસ્પિટલ રજૂ કરશે. મોહાલીના ન્યૂ...
NPP holds meeting in New Delhi
NPP holds meeting in New Delhi