অসম চাহ জনজাতি ছাত্ৰ সন্থা, সাপেখাতী শাখাৰ উদ্যোগত আৰু সাপেখাতী উপশাখা, কুঁৱৰীবাৰী চাহ বাগিচা মজদুৰ সংঘ গোট, কুঁৱৰীবাৰী যুৱ সংঘ আৰু কুঁৱৰীবাৰী ৰাইজৰ সহযোগত প্ৰথম বাৰ্ষিক কৰম পৰৱটি ৬ ছেপ্টেম্বৰত এদিনীয়া কাৰ্যসূচীৰে উলহ মালহেৰে সাপেখাতীৰ কুঁৱৰীবাৰী চাহ বাগিচা খেলপথাৰত অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে কৰম পৰৱৰ লগত সংগতি ৰাখি অসম চাহ জনজাতি ছাত্ৰ সন্থা, চৰাইদেউ জিলা সমিতি, সাপেখাতী শাখা আৰু সাপেখাতী উপশাখাৰ উদ্যোগত যোৱা ২৬ আগষ্টৰ পৰা ৪ ছেপ্টেম্বৰ লৈকে কুঁৱৰীবাৰী চাহ বাগিচা খেলপথাৰত ঝুমইৰ কৰ্মশালা আয়োজন কৰা হৈছিল। ঝুমইৰ কৰ্মশালাত ৫৪ গৰাকী শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। কৰম পৰৱ উপলক্ষে যোৱা ইং ৩ ছেপ্টেম্বৰত বালি উঠোৱা হয়। ৬ ছেপ্টেম্বৰত কৰম পৰৱ প্ৰথম কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে শাখাৰ সভাপতি নবীন কুৰ্মি আৰু কৃষ্টি পতাকা উত্তোলন কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা, চৰাইদেউ জিলা সমিতিৰ উপসভাপতি অজিত কন্দই।তাৰ পাছতে স্মৃতি তৰ্পণ কৰে অসম চাহ জনজাতি ছাত্ৰ সন্থা, সাপেখাতী শাখাৰ সম্পাদক বিপিন তেলী, সাপেখাতী উপশাখাৰ সভাপতি বীৰেন্দ্ৰ বৰাইক আৰু সম্পাদক ৰাজীৱ কুৰ্মিয়ে। দিনৰ ভাগত ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ প্ৰতিযোগিতা আৰু ঝুমইৰ কৰ্মশালাৰ ছাত্ৰ ছাত্ৰী সকলক লগত কাঁশীফুলাৰ বতৰত শব্দ আৰু সুৰৰ মূৰ্চ্ছনা অনুষ্ঠানত সাপেখাতী শাখাৰ সাংস্কৃতিক সম্পাদক জ্যোতিষ্মান তাঁতী, ৰাজা কেওঁট য়ে গীত পৰিৱেশন কৰে। সন্ধিয়ালৈ কৰম বেদীত কৰম ডাল আদৰণি ও বেদীত স্হাপন কৰাৰ পাছতে কৰম পৰৱৰ কাহিনী ব্যাখ্যা কৰে শ্ৰীযুত অমৃত পাতৰ আৰু কিংকং কৰ্মকাৰে। কৰম আখড়াথলীত অসম চাহ জনজাতি ছাত্ৰ সন্থা, কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিবাহকদ্বয় গনেশ গোৱালা, সহদেৱ ধানোৱাৰ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, চৰাইদেউ জিলা সমিতিৰ প্ৰাক্তন সম্পাদক জীতেন চৰেণ, অসম চাহ জনজাতি ছাত্ৰ সন্থা, চৰাইদেউ জিলা সমিতিৰ সভাপতি মানৱ বাক্তি, সম্পাদক অজিত উৰাং, কাৰ্যালয় সম্পাদক ৰাজীৱ তাছা,অসম চাহ জনজাতি মহিলা সমিতি, সাপেখাতী শাখাৰ সভানেত্ৰী বহাগী কৰ্মকাৰ, টাইপা, সাপেখাতী আঞ্চলিক সমিতিৰ সভাপতি মৃদুল গগৈ, প্ৰাক্তন আছু কৰ্মী, যুৱ নেতা পবি গগৈ উপস্হিত থাকে। ঝুমইৰ কৰ্মশালাৰ শিক্ষাৰ্থী, প্ৰশিক্ষক সকলক মানপ্ৰত্ৰ প্ৰদান কৰা হয়। তাৰ পাছতে কৰম আখড়া বৰুণ কুৰ্মিয়ে গীত পৰিৱেশন কৰি মুকলি কৰে।উদীয়মান শিল্পী অনু কৰ্মকাৰ, আকাশ কৰ্মকাৰ, জীৱনতৰা হেম্বৰম, সাংস্কৃতিক কৰ্মী, ঢোলবাদক তপন তাঁতী, বিজয় দেৱনাথ আদি কৰি কেইবাজনো শিল্পীয়ে গীত পৰিৱেশন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ડીસા રૂરલ પોલીસ સ્ટેશન વિસ્તારમાંથી હેરાફેરી થતા ભારતીય બનાવટનો વિદેશી દારૂની નાની-મોટી
ડીસા રૂરલ પોલીસ સ્ટેશન વિસ્તારમાંથી હેરાફેરી થતા ભારતીય બનાવટનો વિદેશી દારૂની નાની-મોટી છુટી...
Breaking News: मिशन 2024 की BJP ने कर ली तैयारी | Lok Sabha Election 2024 | PM Modi | Aaj Tak
Breaking News: मिशन 2024 की BJP ने कर ली तैयारी | Lok Sabha Election 2024 | PM Modi | Aaj Tak
भोजन की तलाश में डेयरी में घुसा 50 किलो वज़नी अज़गर
कोटा
फ़रीद खान
भोजन की तलाश में डेरी प्लांट में घुसा 11 फीट लंबा 50 किलो वजनी अजगर सांप,मचा...
Rajasthan Voting 2023: राजस्थान में तेज मतदान, जानिए 4 घंटे में कितनी हुई वोटिंग? | BJP Vs Congress
Rajasthan Voting 2023: राजस्थान में तेज मतदान, जानिए 4 घंटे में कितनी हुई वोटिंग? | BJP Vs Congress
મુખ્યમંત્રીશ્રી ભૂપેન્દ્રભાઈ પટેલને અમરેલીથી
ભાવસભર વિદાયમાન આપવામાં આવ્યું
અમરેલી તા.૨૧ ઓગસ્ટ, ૨૦૨૨ (રવિવાર) મુખ્યમંત્રીશ્રી ભૂપેન્દ્રભાઈ પટેલે અમરેલી જિલ્લાના બાબરા...