আকৌ অসমত এক নতুন ৰাজনৈতিক দল গঠন । আজি সংবাদমেল পাতি এই কথা ঘোষণা । দলটোৰ নাম হৈছে JDA জাতীয় দল অসম ।

আঞ্চলিক গণ মৰ্চা আৰু অসম সংগ্ৰামী মঞ্চ একত্ৰিত হৈ এই নতুন দলটো গঠন কৰে । উক্ত সংবাদমেল খন সম্বোধন কৰে ৰাজ্য সভাৰ সাংসদ অজিত ভূঞাই । 

Bjp চৰকাৰৰ অপসাখনৰ বিৰুদ্ধে এই দল গঠন কৰে । বিগত বৰ্ষতো অসমত চৰকাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ দল গঠন হোৱা দেখিব পোৱা গৈছে ।

যোৱা কেইটা নিৰ্বাচনৰ সময়তো এনেকুৱা বিভিন্ন ধৰণৰ ৰাজনৈতিক দল যেনে অসম জাতীয় পৰিষদ,ৰাইজৰ দল ইত্যাদি গঠন হোৱা দেখিব পোৱা গৈছে কিন্তু লক্ষণীয় যে অসমৰ ডাঙৰ ডাঙৰ সমস্যাবোৰ ক গুৰুত্ব নিদি ডাঙৰ ডাঙৰ উচ্চ পদস্থ নেতাই এই ৰাজনৈতিক দল গঠন কৰি থাকিলেই জানো সমাধান হব ৰাজ্যৰ সমস্যা ।

অসমত জানো আৰু প্ৰয়োজন আছে এনেকুৱা ৰাজনৈতিক দলৰ ।