গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত অব্যাহত বন্যহস্তীৰ উপদ্ৰৱ ৷ খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকে বনাঞ্চলৰ কাষৰীয়া গাঁওসমূহত প্ৰৱেশ কৰাৰ ফলত গাঁওবাসী বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৷ ইয়াৰ মাজতে মঙলবাৰে পুঁৱতি নিশা ধূপধৰাৰ খেকাপাৰা গাঁৱৰ সমীপৰ পূৱ গাঠিয়াপাৰা গাঁৱত এটা অকলশৰীয়া বনৰীয়া হাতী প্ৰৱেশ সন্ত্ৰাস সৃষ্টি কৰে ৷ জানিব পৰামতে বনৰীয়া হাতীটোৱে গাঁৱখনৰ কেবাটাও পৰিয়ালৰ ক্ষতিসাধন কৰাৰ উপৰি গোপীনাথ ৰাভা আৰু ৰবীন নামৰ লোক দুজন ব্যাপক ক্ষতিসাধন কৰে ৷ হাতীটোৱে ঘৰ ভাঙি ধান চাউল খাই তহিলং কৰাৰ উপৰি বাৰীৰ কলগছ, তামোল গছ আদি ভাঙি ক্ষতিসাধন কৰে ৷ বনৰীয়া হাতীটো ঘৰৰ চৌহদত প্ৰৱেশ কৰাৰ পিচতে পৰিয়াল দুটাৰ লোকসকল ঘৰৰ পৰা কথমপি দৌৰি প্ৰাণ ৰক্ষা কৰে ৷পিচত অৱশ্যে ৰাইজে বনৰীয়া হাতীটো বনাঞ্চললৈ খেদি পঠিয়াবলৈ সক্ষম হয় ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
PM modi Bhopal Rally: खुली जीप में CM शिवराज संग जंबूरी मैदान पहुंचे पीएम मोदी, देखें | MP News
PM modi Bhopal Rally: खुली जीप में CM शिवराज संग जंबूरी मैदान पहुंचे पीएम मोदी, देखें | MP News
अखेर रत्नागिरीत बुडालेल्या पुण्यातील तरुणाचा मृतदेह सापडला
रत्नागिरी : पुण्याहून पावस परिसरात फिरण्यासाठी आलेल्या चार मित्रांपैकी एकजण रविवारी सकाळी 11.30...
GUJARAT : લઠ્ઠાકાંડને લઈને ગૃહવિભાગની મોટી કાર્યવાહી
#buletinindia #gujarat
અમારી યુટ્યુબ ચેનલને લાઈક, શેર અને સબ્સ્ક્રાઇબ કરો અને અમારી GTPL ચેનલ નં...
आमजन पर पड़ी महंगाई की मार, दूध-दही के बाद फल-सब्जी और दाल के भी बढ़े दाम
देश में लोकसभा चुनाव के बाद महंगाई एक बार फिर तेजी से बढ़ती जा रही है। जिससे घर संभाल रही महिलाओं...
રામાનંદ પાર્ક નવરાત્રી મહોત્સવ નિમિત્તે સુચનાઓ અને નિયમો...
ખેલૈયોએ કોઈપણ પ્રકારના કેફી પદાર્થ દ્રવ્યોનું સેવન કરીને ગરબા મેદાનમાં પ્રવેશ કરવો...