শোণিতপুৰ মিছামাৰীত বৃহৎ পৰিমানৰ বিস্ফোৰক সামগ্ৰী জব্দ৷ বেলশিৰি নৈৰ পাৰত কামেংবাৰী চাহবাগিছাৰ জংঘলৰ মাজত লুকুৱাই থকা অৱস্থাত উদ্ধাৰ কৰিছে বিস্ফোৰক সামগ্ৰীৰ লগতে বহুকেইটা পিস্টল, বন্দুক আৰু সজীৱ গুলি৷ শোণিতপুৰ আৰক্ষীয়ে৷

এই অভিযান শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মাধুৰিমা দাসৰ নেতৃত্বত মিছামাৰী আৰক্ষী, সেনাৰ চতুৰ্থ ক’ৰৰ বেটেলিয়ানে এক গোপন সুত্ৰৰ পম খেদি উদ্ধাৰ কৰে এই বিশেষ সামগ্ৰী৷