আগন্তুক ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমিতি সমাৰোহ ২০২২ ৰ ধেমাজি জিলা সমিতিৰ গাইড শিক্ষক প্ৰশিক্ষণৰ এখনি কৰ্মশালা আজি ফ্ৰন্টিয়াৰ হাইস্কুলত অনুষ্ঠিত হৈ যায় । ফন্টিয়াৰ হাইস্কুলৰ প্ৰধান শিক্ষক মেঘনাথ টায়েৰ সভাপতিত্বত অনুষ্ঠিত এই কৰ্মশালা খনিত জিলা সম্বন্বয়ক পদ্ম কুমাৰ পাংগিং, শৈক্ষিক সম্বন্বয়ক অমিয় বৰুৱাৰ লগতে সমল ব্যক্তি হিচাপে উপস্থিত থাকে কৈলাশ সিং , পনৱ দলে, বিজয় লাগাছু, হেমপ্ৰভা শ্ৰেষ্ঠা আদিয়ে ৩০ সংখ্যক ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ লগত সম্পৰ্ক ৰাখি মূল বিষয় "সুস্বাস্থ্য আৰু সৰ্বাংগীন কুশলতাৰ বাবে পৰিস্হিতিতন্ত্ৰক বুজো আহা " শীৰ্ষক আলোচনা দাঙি ধৰে । ইয়াৰ উপৰিও উপবিষয় ক্ৰমে পৰিস্হিতিতন্ত্ৰক জানো আঁহা, স্বাস্থ্য পুষ্টি আৰু কল্যাণ, পৰিস্থিতিতন্ত্ৰ আৰু স্বাস্থ্যৰ বাবে সামাজিক -সাংস্কৃতিক কায্যাৱলী, আত্মনিৰ্ভশীলতাৰ বাবে পৰিস্থিতিতন্ত্ৰ ভিত্তিক ব্যৱস্হা ,পৰিস্থিতিতন্ত্ৰ আৰু স্বাস্থ্যৰ বাবে প্ৰযুক্তিগত উদ্ভাৱন আদি বিষয়তো বহল ব্যাখ্যা দাঙি ধৰে । আনহাতে প্ৰকল্প প্ৰস্তুতৰ ধৰণ-প্ৰণালী আদিৰ ক্ষেত্ৰতো গাইড শিক্ষক সকলক কেন্দ্ৰ কৰি বক্তব্য প্ৰদান কৰে ।লগতে সমল ব্যক্তি আৰু শিক্ষক সকলৰ মাজত প্ৰশ্ন-উত্তৰ শিতানৰ কায্যসূচীও গ্ৰহণ কৰে । ইফালে এই কৰ্মশালাত অংশগ্ৰহণ কৰে জোনাই ,চিলাপথাৰ ,ধেমাজি, বৰদলনি, মাছখোৱা আদি পাছটা মণ্ডলৰ বিভিন্ন প্ৰান্তৰ ৫৫ খন স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে । ফন্টিয়াৰ হাইস্কুলৰ ছাত্র-ছাত্ৰী সকলেও গীত, মাত নৃত্যৰে আপ্লুত কৰে অতিথি শিক্ষক সকলক ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કૂડાસણ ગાંધીનગર પ્રથમવાર VRINDAARA લઈને આવ્યું છે ભવ્ય જ્વેલરી હાઉસ.
સોના-ચાંદીના આભુષણની બનાવટમાં અમદાવાદ દુનિયાભરમાં આગવી નામના ધરાવે છે. અમદાવાદ માં ગોલ્ડ...
નાસ્તામાં બનાવો સ્વાદિષ્ટ બટેટાનું ઉત્તાપમ, જાણો રેસિપી
બટેટાનું ઉત્તાપમ એક સ્વાદિષ્ટ ફૂડ રેસીપી છે જે નાસ્તા તરીકે ખૂબ જ પસંદ કરવામાં આવે છે. ડોસા,...
સરકાર સામે SPG સંગઠન નું એલાન..લાલજી પટેલે પાટીદાર સમાજના પ્રશ્નોનું નિરાકરણ નહીં આવે તો આંદોલનની ચીમકી આપી : Video
મહેસાણા: સરકાર સામે SPG સંગઠન નું એલાન..લાલજી પટેલે પાટીદાર સમાજના પ્રશ્નોનું નિરાકરણ નહીં આવે તો...
कांग्रेस नेता केसरी अहिरवार बाधाएं घाट भागवत कथा श्रवण करने जाते समय रास्ते में बलराम पटेल एवं उनकी पत्नी का एक्सीडेंट हो गया था उनको अपने वाहन से अमानगंज अस्पताल पहुंचाया
गुनौर : आज दिनांक 27 अप्रैल को बाधाएं घाट भागवत कथा श्रवण करने जाते समय गुनौर विधानसभा अंतर्गत...