সোণাৰিত আজি চৰাইদেউ জিলা প্ৰশাসনে কৃতী ছাত্ৰ-ছাত্ৰীসকলক প্ৰদান কৰিলে আনন্দৰাম বৰুৱা বঁটা। চৰাইদেউ জিলাৰ ২৯৬ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হ'ল ১৬ হাজাৰকৈ টকা। হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীলৈ অসম চৰকাৰে আগবঢ়োৱা এই বঁটা আজি সোণাৰিত আনুষ্ঠানিক ভাৱে প্ৰদান কৰা হয়। সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহত এই উদ্দেশ্যে অনুষ্ঠিত সভাত উপস্থিত থাকে সাংসদ তপন কুমাৰ গগৈ, সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ লগতে বিশিষ্ট অতিথি সকল।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
पन्ना जिले की ग्राम दनवारा विराजित मां अंबे जी की महा आरती मै भक्तों की उमड़ी भीड़।।
पन्ना जिले की ग्राम दनवारा विराजित मां अंबे जी की महा आरती मै भक्तों की उमड़ी भीड़।।
તમે સોશિયલ મીડિયા પર વિડીયો અપલોડ કરતા હોય તો ચેતીજજો જુઓ વિડિયો આપના માટે?DAILY BODELI NEWS
તમે સોશિયલ મીડિયા પર વિડીયો અપલોડ કરતા હોય તો ચેતીજજો જુઓ વિડિયો આપના માટે?DAILY BODELI NEWS
અમરેલી જિલ્લાના ૯૬-લાઠી વિધાનસભા મતવિસ્તારની શ્રી કલાપી વિનય મંદિરમાં ચિત્ર-મહેંદી સ્પર્ધા યોજાઈ
અવસર છે લોકશાહીનો
---
મતદાનના મહત્વ સમજાવવા માટે
જિલ્લા ચૂંટણી તંત્ર દ્વારા SVEEP અંતર્ગત...
धोखाधड़ी कर दुकानदार से सोने चांदी के जेवरात क्रय करने वाला फर्जी डॉक्टर गिरफ्तार
{रिपोर्टर अशोक विश्वकर्मा }
*धोखाधड़ी पूर्वक दुकानदार से सोनेचाँदी के जेवरात क्रय करने वाला...