নিশা ৰঙাপৰা আবকাৰী বিভাগৰ অভিযান। ৫০ কাৰ্টুন অৰুনাচলী সুৰা জব্দ। শোনিতপুৰ জিলাৰ চাৰিদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চাৰিদুৱাৰ ৰেলৱে ক্ৰচিংত ৰঙাপৰা আবকাৰী বিভাগে নিশা এক গোপন সুত্ৰৰ পম খেদি প্ৰায় ৫০ কাৰ্টুন অৰুনাচলী সুৰা সহ এখন বলেৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে AS 01 MB 0073 নম্বৰৰ এখন বলেৰ গাড়ীত ভালুকপংৰ পৰা ডিমাপুৰ অভিমুখে গৈ থকা অৱস্থাত নিশা ১মান বজাত ট্ৰাক সহ এই সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত দুজনক আটক। জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা মূল্যৰ হব বুলি আবকাৰী সুত্ৰত প্ৰকাশ।.
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
भारतीय कामगार सेना की तरफ से आमरण उपोषण.
भारतीय कामगार सेना की तरफ से आमरण उपोषण.
Mercedes-Benz S 63 E Performance और Maybach GLS 600 इंडियन मार्केट में लॉन्च, जानिए कीमत और खासियत
AMG S 63 E परफॉरमेंस में 4.0-लीटर ट्विन-टर्बोचार्ज्ड V8 इंजन है जो 800 bhp की अधिकतम पावर और 1430...
Asian Games 2023: 'Golden Girls' का जलवा, Shooting में भारत को दूसरा Gold
Asian Games 2023: 'Golden Girls' का जलवा, Shooting में भारत को दूसरा Gold
રાશિફળઃ 4 સપ્ટેમ્બરે સિંહ અને વૃશ્ચિક રાશિના જાતકોની આવકમાં વૃદ્ધિનો યોગ, ભાગ્ય સૂર્યની જેમ ચમકશે
વૈદિક જ્યોતિષમાં કુલ 12 રાશિઓનું વર્ણન કરવામાં આવ્યું છે. દરેક રાશિ પર કોઈ ગ્રહનું શાસન હોય છે....