এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ মাজেৰে মঙ্গলবাৰে গোলাঘাট এমেচাৰ থিয়েটাৰ চছাইটিয়ে জীৱন জোৰা সাধনা বঁটা প্ৰদান কৰে উদ্ভিদ বিজ্ঞানী, শিক্ষাবিদ ড০ পদ্মেশ্বৰ গগৈক। ছ’চাইটিৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰা হয় ছ’চাইিটৰ এই সন্মান। বঁটা প্ৰদান অনুষ্ঠানত গোলাঘাটৰ বিশিষ্ট ব্যক্তি সকলৰ উপৰিও বিভিন্ন দল সংগঠন উপস্থিত থাকে।ছ’চাইটিৰ উপৰিও বঁটা প্ৰাপক ডঃ পদ্মেশ্বৰ গগৈক গোলাঘাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থা,সদৌ অসম তাই আহোম ছাত্ৰ সন্থা গোলাঘাট জিলা সমিতি,উত্তৰ পূৰ্বাঞ্চলিয় সাংস্কৃতিক গোষ্ঠী,CPI আদি বিভিন্ন দল সংগঠনে ৰাজহুৱাভাৱে সম্বৰ্ধনা জনায়। উক্ত সম্বৰ্ধনা অনুষ্ঠানৰ পিছতেই ড০ গগৈৰ সৈতে এক অন্তৰঙ্গ আলাপৰো অনুষ্ঠান অনুষ্ঠিত হয়।
উল্লেখ্য যে প্ৰতিবৰ্ষত ছ’চাইটিয়ে সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়াই অহা একোগৰাকীকৈ ব্যক্তিক জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰি আহিছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Apple Vision Pro के लिए खत्म होने जा रहा इंतजार, 2 फरवरी से होगा खरीदारी के लिए पेश
एपल ने Apple Vision Pro हेडसेट को लेकर नया अपडेट जारी कर दिया है। Apple Vision Pro की प्री-बुकिंग...
ડીસાના માલગઢમાં સામૂહીક આત્મહત્યા મામલે પિતાનું સારવાર દરમિયાન મોત
ડીસા તાલુકાના માલગઢ ગામે વાલ્મિકી પરિવારના સાત સભ્યોએ પાંચ દિવસ અગાઉ ઝેરી દવા પી આપઘાતનો પ્રયાસ...
અમદાવાદમાં વંદે ભારત ટ્રેનનો અકસ્માત
#buletinindia #gujarat #ahmedabad
હાંસલપુર નજીક કાર પલ્ટી ખાઈ જતા એકનું મોત નીપજ્યું
હિંમતનગરથી ઈડર જતા રોડ પર આવેલ હાંસલપુર પાસેના સાંઈ મંદિર નજીકથી પસાર થતા એક કારના ચાલકે...
মাৰ্ঘেৰিটা সমষ্টিত আজাদী কী অমৃত মহোৎসৱ উপলক্ষে "মোৰ মাটি, মোৰ দেশ" অভিযান কাৰ্যসূচী
মাৰ্ঘেৰিটা সমষ্টিত আজাদী কী অমৃত মহোৎসৱ উপলক্ষে "মোৰ মাটি, মোৰ দেশ" অভিযান কাৰ্যসূচী