ধেমাজিৰ প্ৰবীন শিক্ষাবিদ , সমাজ সংগঠক তথা বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনীলে কোঁচে যোৱা ৫ চেপ্তেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা গ্ৰহণ কৰে ৷ গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক শিক্ষক দিৱসত সুনীল কোঁচে বঁটা গ্ৰহণ কৰা বাতৰিয়ে স্বাভাৱিকতে ধেমাজিৰ শিক্ষাসদী সমাজত আনন্দৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে জনপ্ৰিয় শিক্ষকগৰাকীয়ে বছৰ বছৰধৰি শিক্ষকৰ বৃত্তিত জড়িত হৈ নিৰলসভাৱে মানৱ সম্পদ গঢ়াত ব্ৰতী হোৱাৰ উপৰি বৃহত্তৰ পশ্চিম ধেমাজি অঞ্চলৰ বিভিন্ন সামাজিক সংগঠনৰ সৈতে একাত্ম হৈ সমাজ গঢ়াৰ কামতো নিজকে আত্মনিয়োগ কৰি আহিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
এতিয়াৰে পৰা ডিজিটেলাইজ কৰিব লাগিব যান বাহনৰ সকলো নথি
এতিয়াৰে পৰা ডিজিটেলাইজ কৰিব লাগিব যান বাহনৰ সকলো নথি, অন্যথা ৰাজপথৰ পৰাই জব্দ কৰা হ'ব বাহন
ટીવી સ્ટેશન પાસે રહેણાંક મકાન માથી દેશી દારૂ ઝડપાયો
ટીવી સ્ટેશન પાસે રહેણાંક મકાન માથી દેશી દારૂ ઝડપાયો
‘સરકારની ભૂલના કારણે કંઈ થયું હોય તો ચૂંટણી પરિણામ પર અસર પડે’ મોરબી દુર્ઘટના અંગે વજુભાઈનું નિવેદન
‘સરકારની ભૂલના કારણે કંઈ થયું હોય તો ચૂંટણી પરિણામ પર અસર પડે’ મોરબી દુર્ઘટના અંગે...
নুমলীগড়ৰ শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিলেলৰ অস্থায়ী খালাছী শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ ৷
নুমলীগড় শোধনাগাৰৰ মাৰ্কেটিং টাৰ্মিলেলৰ অস্থায়ী খালাছী শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ ৷ দীৰ্ঘদিনৰ পৰা...
তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত মিছন থটফুল তিনিচুকীয়াৰ শুভাৰম্ভ
তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত মিছন থটফুল তিনিচুকীয়াৰ শুভাৰম্ভ