ধেমাজিৰ প্ৰবীন শিক্ষাবিদ , সমাজ সংগঠক তথা বাটঘৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ সুনীলে কোঁচে যোৱা ৫ চেপ্তেম্বৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হাতৰ পৰা ৰাজ্যিক কৃতী শিক্ষকৰ বঁটা গ্ৰহণ কৰে ৷ গুৱাহাটীত অনুষ্ঠিত ৰাজ্যিক শিক্ষক দিৱসত সুনীল কোঁচে বঁটা গ্ৰহণ কৰা বাতৰিয়ে স্বাভাৱিকতে ধেমাজিৰ শিক্ষাসদী সমাজত আনন্দৰ সৃষ্টি কৰিছে ৷ উল্লেখযোগ্য যে জনপ্ৰিয় শিক্ষকগৰাকীয়ে বছৰ বছৰধৰি শিক্ষকৰ বৃত্তিত জড়িত হৈ নিৰলসভাৱে মানৱ সম্পদ গঢ়াত ব্ৰতী হোৱাৰ উপৰি বৃহত্তৰ পশ্চিম ধেমাজি অঞ্চলৰ বিভিন্ন সামাজিক সংগঠনৰ সৈতে একাত্ম হৈ সমাজ গঢ়াৰ কামতো নিজকে আত্মনিয়োগ কৰি আহিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Is Cow Milk Good for You? Dr. Steven Gundry's Best Milks for Your Health
Is Cow Milk Good for You? Dr. Steven Gundry's Best Milks for Your Health
વડોદરાની એમ એસ યુનિ.માં વિદ્યાર્થીઓ છુટ્ટા હાથની વચ્ચે મારામારી નો વીડિયો વાઇરલ જુવો 👉👇
વડોદરાની એમ એસ યુનિ.માં વિદ્યાર્થીઓ છુટ્ટા હાથની વચ્ચે મારામારી નો વીડિયો વાઇરલ જુવો 👉👇
જૂનાગઢનો બુટલેગર પાસા હેઠળ જેલમાં ધકેલાયો
જુનાગઢ મધુરમમાં રહેતા “પ્રોહી બુટલેગર” શીવાંગ રાજુ મહેતાને પાસા
કાયદા હેઠળ સેન્ટ્રલ...
Share Market Today | Final Trade में कहां दिखा एक्शन, अब कहां मिलेगा अच्छा मौका? | CNBC Awa
Share Market Today | Final Trade में कहां दिखा एक्शन, अब कहां मिलेगा अच्छा मौका? | CNBC Awa
'Jeetega Bharat' Tagline For United Opposition Alliance INDIA For 2024 Lok Sabha Fight.
Opposition parties will be campaigning for the 2024 Lok Sabha elections with the tagline 'Jeetega...