গুৰু শিষ্যৰ দৰে পৱিত্ৰ সমন্ধত কালিমা সানি ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলায়ন কৰা প্ৰধান শিক্ষক প্ৰদীপ চাংমাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। কাৰ্বিআংলংৰ বৈঠালাংচুৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় প্ৰদীপক। কাৰ্বিআংলং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰধান শিক্ষকজনক। শিক্ষক জনে লজ্জানত ঘটনা সঘটিত কৰি পলায়ন কৰি আছিল যদিও মোবাইলৰ লোকেচন চাই গ্ৰেপ্তাৰ কৰে শিক্ষকজনক। প্ৰধান শিক্ষকজনক চমজি ল’বলৈ বিশ্বনাথ আৰক্ষীৰ দল ৰাওনা হৈছে কাৰ্বি আংলংলৈ। উল্লেখ্য যে বিশ্বনাথৰ চেলাইখাটিৰ হলী চাইল্ড ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰদীপ চাংমাই ৬ গৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলাই পলায়ন কৰিছিল। ইতিমধ্যে POSCO ACT ৰ অধীনত বিশ্বনাথ চাৰিআলি আৰক্ষী থানাত ১৪৫/২২ নম্বৰত গোচৰ ৰুজু কৰা হৈছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Inter-faith centre would be set up In Guru Nanak Dev University soon: Chugh || Leads delegation to Union Education Minister for release of funds.
BJP national president Tarun Chugh today said that the inter-faith centre that was mooted by the...
BJP's Ghatlodia candidate Patel reached Kamalam to discuss the further process |Gujarat Polls
BJP's Ghatlodia candidate Patel reached Kamalam to discuss the further process |Gujarat Polls
41 मजदूर फंसे, 12 हजार करोड़ का खर्चा, Uttarkashi tunnel प्रोजेक्ट क्या है? | Kharcha Pani Ep 721
41 मजदूर फंसे, 12 हजार करोड़ का खर्चा, Uttarkashi tunnel प्रोजेक्ट क्या है? | Kharcha Pani Ep 721