দীৰ্ঘদিনধৰি বিধ্বস্ত হৈ পৰিছে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধেমাজি সদৰৰ অংশ ৷ ধেমাজি নগৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অংশত ঠায়ে ঠায়ে এতিয়া প্ৰকাণ্ড প্ৰকাণ্ড গাত ৷ যাৰ বাবে ধেমাজি জিলাবাসীৰ লগতে ধেমাজি সদৰৰ মাজেৰে পাৰ হৈ যোৱা অৰুণাচলবাসীৰ লগতে উজনি অসমৰ কেইবাখনো জিলাৰ পথচাৰীয়ে দেখিছে ত্ৰাহিমধুসূদন ৷ অথচ চৰকাৰৰ নাই কোনো কাণসাৰ ৷ অৱশেষত আজি আগবাঢ়ি আহে ধেমাজি আছু ৷ পুৱাতে ধেমাজি আঞ্চলিক ছাত্ৰ সন্হাৰ শতাধিক কৰ্মীয়ে হাতত কোৰ , বেলচাৰ লৈ পথ মেৰামতিত জপিয়াই পৰিল ৷ কম সময়ৰ ভিতৰতে শ্ৰমদানেৰে পথটো যাতয়াতৰ বাবে উপযোগী কৰি তুলিলে আছুৱে ৷ ধেমাজি আছুৰ নিস্বাৰ্থ সেৱাক সেেয়ে শলাগিলে ধেমাজিবাসীয়ে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
રાધનપુર મહાજનવાળા પાસે રાત્રે બાઈક ચોરીની ઘટના | SatyaNirbhay News Channel
રાધનપુર મહાજનવાળા પાસે રાત્રે બાઈક ચોરીની ઘટના | SatyaNirbhay News Channel
भर दे रे श्याम झोली भरदे जलझूलनी एकदाशी पर भगवान का हुआ नोका विहार कलकत्ता के फूलों से हुआ श्रंगार, विशाल भजन संध्या में उमडा जन सैलाब
ईन्दिरा कॉलोनी स्थित श्याम मन्दिर में जलझुलनी एकादशी पर कई धार्मिक अनुष्ठान आयोजित हुए। श्याम...
કઠલાલની આર .સી .મિશન પ્રાથમિક શાળામાં ગરબા મહોત્સવ ઉજવાયો.
કઠલાલની આર .સી .મિશન પ્રાથમિક શાળામાં ગરબા મહોત્સવ ઉજવાયો.
ભાજપમાં જોડાવવાની વાત પર અલ્પેશ કથીરિયાનું નિવેદન@Sandesh News
ભાજપમાં જોડાવવાની વાત પર અલ્પેશ કથીરિયાનું નિવેદન@Sandesh News
ધાનપુર ચોકડી પર બેફામ હંકારતા છકડા ચાલક વિરુદ્ધ પોલીસ મથકે ગુનો દાખલ કરવામાં આવ્યો
ધાનપુર તાલુકાના ધાનપુર કંજેટા ચોકડી પર અહેકૉ દિવિપસિહ તથા ટીઆરબી જવાન વાહન ચૅકિગમા હતા તે...