নাজিৰা সমষ্টিৰ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নামদাং প্ৰাথমিক শাখা সমিতি গঠন কৰে । 

উক্ত অনুষ্ঠানত গেলেকী আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মুকুন্দ হাতীমুৰীয়া , সাধাৰণ সম্পাদক হেমন্ত গগৈ উপস্থিত থাকে ।