চৰাইদেউ জিলা ভাৰ উত্তোলন সন্থাৰ এখন সংবাদ মেল আজি সোণাৰিৰ ৰহন ভৰালী পুখুৰী প্ৰাঙ্গনত অনুষ্ঠিত হয়। চৰাইদেউ জিলা ভাৰ উত্তোলন আৰু শক্তি উত্তোলন সন্থাৰ উদ্যোগত ৰহন আৰু সাপেখাতিবাসীৰ সহযোগত অহা ১৮ ছেপ্টেম্বৰত আন্তঃক্লাৱ ভাৰ উত্তোলন আৰু শক্তি উত্তোলন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। সোণাৰিৰ ৰহন ভৰালী পুখুৰী প্ৰাঙ্গনস্থিত শ্বহীদ ডিম্বেশ্বৰ গগৈ সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতা। চৰাইদেউ জিলা ভিত্তিত এদিনীয়াকৈ আয়োজন কৰা এই প্ৰতিযোগিতা সন্দৰ্ভত অৱগত কৰিবলৈ আজি এখন সংবাদ মেল অনুষ্ঠিত কৰে আয়োজক সমিতিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
झाडांना राखी बांधत वारघडे कुटुंबाकडून रक्षाबंधन साजरे
बकोरी तालुका हवेली येथील वारघडे परीवाराने बकोरी देवराई वनराई प्रकल्पात निसर्गाच्या...
France में क्यों रोका गया भारतीयों से भरा विमान? |Legend Airlines | Paris-Vatry Airport |Trafficking
France में क्यों रोका गया भारतीयों से भरा विमान? |Legend Airlines | Paris-Vatry Airport |Trafficking
વઢવાણનાં ચેક રિટર્ન કેસમાં મહિલા આરોપીને બે માસની સાદી કેદ ફટકરતી કોર્ટ
વઢવાણ તાલુકાના રામપરા ગામના ઘનશ્યામ ચોકના રહીશ હંસાબેન જયેશભાઇ ચાવડાએ સુરેન્દ્રનગરના શ્રીરામ...
દબાણો પર બુલડોઝર ફેરવાયું....
દબાણો પર બુલડોઝર ફેરવાયું....
Cash For Query Row: ‘क्या महिलाओं और मुसलमानों के लिए अलग-अलग नियम और कानून हैं?’, निशिकांत दुबे ने विपक्ष पर उठाए सवाल
नई दिल्ली। भाजपा सांसद निशिकांत दुबे ने सांसद रमेश बिधूड़ी और तृणमूल कांग्रेस सांसद...