মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত কঠমীয়া গাঁৱৰ নিৱাসী গুনকান্ত চুতীয়া আজি তিনিদিন ধৰি নিৰুদ্দেশ হৈ আছিল ৷ আজি বিয়লি কঠমীয়া- কঠালখোৱা তিনিআলিৰ কাষৰ ব্ৰহ্মপুত্ৰৰ এৰাসুঁতিত গাৱৰ যুৱকে সন্দেহবসত বিচাৰ-খুচাৰ কৰাত মেতেকাৰ তলত এটা মৃতদেহ পত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ জেংৰাইমুখ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীলিপ কুমাৰ চুতীয়াৰ নেতৃত্বত যোৱা এট দলে মৃতদেহটো উঠাই আনাৰ পিছত পৰিয়ালৰ লোকে মৃতদেহটো গুনকান্ত কলিতাৰ বুলি চিনাক্ত কৰে ৷ ইতমধ্যে আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
जल संसाधन विभाग से सेवा निवृत एसडीओ जवाहर लाल कुशवाहा द्वारा पवई विधानसभा के सुदूर आदिवासी क्षेत्र में गांव गांव पहुंच कर किया जा रहा जनसम्पर्क।
किसान कांग्रेस प्रदेश महामंत्री द्वारा अपनी पवई विधानसभा के कल्दा श्यामगिरि में...
গোৱাত অনুষ্ঠিত নেচনেল গেমচত ৰূপৰ পদকেৰে গৌৰৱ কঢ়িওৱা প্ৰণীতা চুতীয়াক মৰাণহাটত বিভিন্ন দল সংগঠনক উষ্ম আদৰণি।
গোৱাত অনুষ্ঠিত হৈযোৱা ৩৭তম নেচনেল গেমচত স্কুৱেৰ মাৰ্চিয়েলআৰ্টৰ মিক্স এৰৰ খেলত দলীয় ভাৱে খেলি ৰূপৰ...
નાની ઝાંઝરી ગામે ઉતરાયણ ના દિવસે ગુરુ શ્રી અમૃતદાસ મહરાજ ની કૃપા થી ભજન કીર્તન નું આયોજન કરાયું
લુણાવાડા તાલુકાના નાની ઝાંઝરી ગામે ઉતરાયણ ના પવિત્ર દિવસે ભજન નું આયોજન કરવામાં આવ્યું હતું
નાની...
ચોરીના મોબાઈલ ફોન સાથે ઇસમને ઝડપી કાગડાપીઠ પો.સ્ટે ના મોબાઈલ ફોન ચોરીના ગુનાનો ભેદ ઉકેલતી અમદાવાદ ક્રાઈમ બ્રાન્ચ.
અમદાવાદ શહેર ક્રાઇમ બ્રાન્ચના અધિક પોલીસ કમિશ્નર શ્રી પ્રેમવીરસિંહ સાહેબ તથા નાયબ પોલીસ કમિશ્નર...
इससे सस्ता नहीं मिलेगा Jio का ये लैपटॉप, कमाल के फीचर्स को साथ मिल रहा है धमाकेदार डिस्काउंट और ऑफर
अगर आप नया लैपटॉप खरीदना चाहते हैं और आपका बजट 20000 रुपये से कम है तो जियो का इस साल लॉन्च हुआ...