মৰান।শাখা।সাহিত্য সভাৰ উদ্যোগত ঔপন্যাসিক সম্ৰাজ্ঞী তথা অসম চৰকাৰৰ অমলপ্ৰভা দাস বঁটা বিজয়ী ইলা বৰগোঁহাইৰ ৰচনাৱলী মৰান মহাবিদ্যালয় প্ৰেক্ষাগৃহত ৮ চেপ্তেম্বৰত উন্মোচন কৰিবলৈ যো-জা চলোৱা হৈছে।গ্ৰন্থখনি ড°অনিল শইকীয়াৰ সম্পাদনাত মৰান শাখা সাহিত্য সভাই প্ৰকাশ কৰিছে। উক্ত গ্ৰন্থখনি উন্মোচন কৰিবলৈ য়েচে দৰজি ঠেংচিক আমন্ত্ৰণ জনোৱা হৈছে। শাখা সভাপতি প্ৰশান্ত দত্ত, শাখা সম্পাদক অকণ ভূঞাই সভাত সকলোকে উপস্থিত থাকিবলৈ আহ্বান জনাইছে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
SDM थप्पड़ कांड: समरावता गांव पहुंचे किरोड़ी लाल मीणा, ग्रामीणों से की बातचीत; घटनास्थल का लिया जायजा
राजस्थान सरकार में कैबिनेट मंत्री किरोड़ी लाल मीणा दोपहर करीब तीन बजे टोंक जिले के समरावता गांव...
তেজপুৰত শঙ্কৰদেৱৰ তিথিত গুৰুজনাক কৰা অপমানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জনাৰ্দদন দেৱ গোস্বামীৰ।
তেজপুৰত শঙ্কৰদেৱৰ তিথিত গুৰুজনাক কৰা অপমানক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ জনাৰ্দদন দেৱ গোস্বামীৰ।
લીંબડીમાં ભાજપના ઉમેદવારે પ્રચારના શ્રી ગણેશ કર્યા
સુરેન્દ્રનગર જીલ્લામાં ભાજપના ઉમેદવારે ફોર્મ ભરવા સાથે પ્રચારના શ્રી ગણેશ કર્યા છે. લીંબડી શહેરના...