কলিয়াবৰীয়া ৰাইজৰ বাবে ভাল খৱৰ।অহা ১৫ছেপ্টেম্বৰত নৱ নির্মিত কলিয়াবৰ মহকুমা চিকিৎসালয়খন শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।এইকথা সংবাদ মেল যোগে প্ৰকাশ কৰিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।অহা ১৫ ছেপ্টেম্বৰ তাৰিখে মুকলি কৰা হব জখলাবন্ধা চিকিৎসালয় চৌহদত নৱ নিৰ্মিত কলিয়াবৰ মহকুমা চিকিৎসালয়খন। উদ্বোধনৰ পূৰ্বে চিকিৎসালয় খন পৰিদৰ্শন কৰাৰ লগতে জখলাবন্ধা চিকিৎসালয়ৰ চিকিৎসক সকলৰ লগতো মত বিনিময় কৰে। নৱ নির্মিত চিকিৎসালয় খনত আলট্ৰাচাউণ্ড, চিটি স্কেন ৰ লগতে ব্লাড বেংকো উপলব্ধ হব বুলি জানিব দিছে স্বাস্থ্য মন্ত্রী গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
વિસનગર : છોકરી ભગાડવામાં તારો હાથ છે, કહી યુવકને ત્રણ શખ્સોએ માર માર્યો, પોલીસ ફરિયાદ
વિસનગર તાલુકાના કડા ગામે ઉમિયાનગર સોસાયટીમાં રહેતા યુવકને છોકરી ભગાડવામાં તારો હાથ છે, તેમ કહી...
खारूपेतिया में धूमधाम से दंडी बम यात्रा आयोजित : यात्रा में तीन हजार भक्तो ने लिया भाग
खारूपेतिया में धूमधाम से दंडी बम यात्रा आयोजित : यात्रा में तीन हजार भक्तो ने लिया भाग
मासूम बेटी को पेट में बांधकर नदी में कूदकर की आत्महत्या
मासूम बेटी को पेट में बांधकर मां ने नर्मदा नदी में कूदकर की आत्महत्या..!
के...
Girish Mahajan यांनी अधिकाऱ्यांना झापलं, नेमकं काय घडलं?| BJP | Dhule News
Girish Mahajan यांनी अधिकाऱ्यांना झापलं, नेमकं काय घडलं?| BJP | Dhule News